Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 21 Answer হনুমানে সঞ্জীৱনী আনিলে

Chapter 21

হনুমানে সঞ্জীৱনী আনিলে

অনুশীলনীঃ

(১) চমু উত্তৰ দিয়া-

(ক) হনুমানে সুষেণ বেজৰ ঘৰত সৈতে কিয় আনিব লগাত পৰিছিল ?
উত্তৰঃ হনুমানে সুষেণ বেজৰ ঘৰত সৈতে উঠাই আনিব লগাৰ কাৰণ সুষেণ বেজ বৰ বুঢ়া আছিল। চলা-ফুৰা কৰিব নোৱাৰে সেইবাবে ঘৰ সৈতে উঠাই আনিব লগাত পৰিছিল।

(খ) কালেনেমিয়ে হনুমানৰ বাট কিয় ভেটি ধৰিছিল ?
উত্তৰঃ কালেনেমিয়ে হনুমানৰ বাট ভেটি ধৰা কাৰণ কালনেমিয়ে ৰাৱণৰ বন্ধু আছিল আৰু হনুমানৰ বিপৰীত আছিল সেইবাবে বাট ভেটি ধৰিছিল।

(গ) ভৰতৰ কি ভূল হ’ল ?
উত্তৰঃ ভৰতে হনুমানক ৰাক্ষস বুলি মুখ নোহোৱা কাঁড় মাৰি তেওঁক তললৈ নমাই সময় বৰবাদ কৰা টো ভূল আছিল।

(২) বিপৰীত শব্দ লিখা-
(ক) বুঢ়া – বুঢ়ী
(খ) সমৰ্থ – অসমৰ্থ
(গ) দুখ – সুখ
(ঘ) আনন্দ – বিষাদ

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects