SVN Class 4 Ramayana Sadhu Chapter 27 Answer অযোধ্যাত ৰামৰ ৰাজ্যভিষেক

Chapter 27

অযোধ্যাত ৰামৰ ৰাজ্যভিষেক

অনুশীলনীঃ

(১) অযোধ্যাবাসীয়ে ৰামক কিয় স্বাগতম জনাইছিল ?
উত্তৰঃ ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহা বাবে অযোধ্যাবাসীয়ে ৰামক স্বাগতম জনাইছিল।

(২) ৰামে বিমাতা কৈকেয়ীক কেনে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ ৰামে বিমাতা কৈকেয়ীক বিমানৰ পৰা নামি সেৱা আৰু সন্মান কৰিছিল।

(৩) সীতাই হনুমানক হীৰাৰ হাৰ কিয় দিছিল ?
উত্তৰঃ সীতাই হনুমানক হীৰাৰ হাৰ দিয়া কাৰণ হনুমানে যুদ্ধৰত সহায় কৰা বাবে হীৰাৰ হাৰ উপহাৰ দিছিল।

Type: Pompi Hazarika