Chapter 27
অযোধ্যাত ৰামৰ ৰাজ্যভিষেক
অনুশীলনীঃ
(১) অযোধ্যাবাসীয়ে ৰামক কিয় স্বাগতম জনাইছিল ?
উত্তৰঃ ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহা বাবে অযোধ্যাবাসীয়ে ৰামক স্বাগতম জনাইছিল।
(২) ৰামে বিমাতা কৈকেয়ীক কেনে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ ৰামে বিমাতা কৈকেয়ীক বিমানৰ পৰা নামি সেৱা আৰু সন্মান কৰিছিল।
(৩) সীতাই হনুমানক হীৰাৰ হাৰ কিয় দিছিল ?
উত্তৰঃ সীতাই হনুমানক হীৰাৰ হাৰ দিয়া কাৰণ হনুমানে যুদ্ধৰত সহায় কৰা বাবে হীৰাৰ হাৰ উপহাৰ দিছিল।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post