Chapter 28
বীৰ লৱ-কুশ
অনুশীলনীঃ
(১) নিম্নলিখিত পশ্নবোৰৰ শুদ্ধ উত্তৰ বাচি উলিওৱা
ৰামে সীতাক ত্যাগ কৰিলে কাৰণ-
(ক) তেওঁ সীতাক ঘিণ কৰিছিল।
(খ) তেওঁ কলঙ্কত ভয় কৰিছিল।
(গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।
উত্তৰঃ (গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।
(২) সীতাক বনত কোনে আশ্ৰয় দিছিল ?
উত্তৰঃ সীতাক বনত বাল্মীকিয়ে আশ্ৰয় দিছিল।
(৩) লৱ-কুশ কোন আছিল ? বাল্মীকিয়ে দুয়োকে কি কি শিকাইছিল ?
উত্তৰঃ লৱ-কুশ ৰাম আৰু সীতাৰ পুত্ৰ আছিল ।
বাল্মীকিয়ে দুয়োকে অস্ত্ৰ চলাবলৈ শিক্ষা দিছিল ।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post