SVN Class 4 Ramayana Sadhu Chapter 3 Answer তাড়কা বধ

তাড়কা বধ
অধ্যায় ৩
(1) খালী ঠাই পূৰ কৰা-
(ক) বিশ্বামিত্ৰৰ আশ্ৰমৰ নাম সিদ্ধাশ্ৰম আছিল।
(খ) ৰাক্ষসৰ ৰাণীৰ নাম তাড়কা আছিল।
(গ) তাড়কাৰ ভায়েকৰ নাম মাৰীচ আছিল।
(2) বাটত ৰামে যি হাড় দেখিছিল সেইবোৰ কাৰ আছিল ? (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(ক) বনৰীয়া জন্তুৰ।
(খ) ৰাক্ষসৰ।
(গ) সাধু আৰু তপস্বীসকলৰ।
উত্তৰঃ (গ) সাধু আৰু তপস্বীসকলৰ।
(3) আশ্ৰমত ৰাম-লক্ষ্মণে কি কি কৰিব লগাত পৰিছিল ? (খালী ঠাইত লিখা)
উত্তৰঃ (1) আশ্ৰমত তেওঁলোকে মাটিত ঘাঁহ-বনৰ বিছনাত শুৱ লগাত পৰিছিল।
(2) খাৱলৈ ফল-মূল হাবিয়ে-হাবিয়ে বিছাৰিব লগা হৈছিল।
(3) জুই ধৰিব খৰি আনিব আৰু খাৱলৈ পানী আনিব লগা হৈছিল।
(4) (ক) তাড়কাৰ বধ কিদৰে হ’ল ?
উত্তৰ:- এদিন মহৰ্ষি বিশ্বামিত্ৰই যজ্ঞ কৰি আছিল। আশ্ৰমবাসীয়ে সন্ধিয়াৰ প্ৰাৰ্থনা কৰি থাকোঁতে আকাশৰ পৰা ধূলি, শিল আৰু হাড়ৰ বৰষুণ হ’বলৈ ধৰিলে। তাড়কাই ৰাক্ষসৰ সেনা লৈ আশ্ৰম আক্ৰমণ কৰিলে। বিশ্বামিত্ৰৰ যজ্ঞ নষ্ট হ’ল। ইয়াকে দেখি ৰামৰ খং উঠিল আৰু ধনু তুলি তাড়কাৰ বধ কৰিলে।
(খ) মাৰীচৰ কি হ’ল ?
উত্তৰঃ মাৰীচৰক ৰামে এপাত কাঁড় মাৰি বহু দূৰত সাগৰত পেলাই দিলে।
Question Answer By Bikash Bora

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top