Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 4 Answer ৰামৰ বীৰত্ব আৰু বিবাহ

ৰামৰ বীৰত্ব আৰু বিবাহ
অধ্যায় ৪
(১) খালী ঠাই পূৰ কৰা –
(ক) মিথিলাৰ ৰজা জনক ছিল ।
(খ) ৰজা জনকক হৰধনু পৰশুৰামে দিছিল ।
(গ) লক্ষ্মণৰ বিয়া উৰ্মিলা ৰ লগত, ভৰতৰ বিবাহ মাণ্ডবীৰ ৰ লগত, শক্ৰঘ্নৰ বিবাহ শ্ৰুতিকীৰ্তি ৰ লগত হৈছিল ।
(২) উত্তৰ লিখা –
(ক) জনক ৰজাৰ জীয়েকৰ নাম কি ?
উত্তৰঃ জনক ৰজাৰ জীয়েকৰ নাম সিতা আছিল।
(খ) ৰজা জনকৰ গুৰু কোন আছিল আৰু তেওঁ কাৰ ভক্ত আছিল ?
উত্তৰঃ ৰজা জনকৰ গুৰু পৰশুৰাম আছিল । তেওঁ শিৱৰ ভক্ত আছিল ।
(গ) ৰজা জনকৰ কি চৰ্ত আছিল ?
উত্তৰঃ ৰজা জনকৰ চৰ্ত আছিল যে সীতাৰ বিয়া সেইজন বীৰৰ লগতহে হ’ব যিজনে হৰধনুখন দাঙি লৈ তাত গুণ জুৰিব পাৰিব এইটো ৰজা জনকৰ চৰ্ত ।

(ঘ) হৰধনু কিয় ভাঙি গ’ল ?
উত্তৰঃ ৰামে ধনুখন দাঙি গুণ লগাবলৈ চেষ্টা কৰোঁতেই ধনুখন ভয়ংকৰ শব্দ কৰি ভাঙি গ’ল ।

(ঙ) স্বয়ম্বৰ কাক বোলে ?
উত্তৰঃ স্বয়ম্বৰ হ’ল আগৰ দিনত ৰজা-মহাৰজাই নিজৰ কন্যা বিবাহ দিবলৈ যি অনুষ্ঠান পাতে তাকে স্বয়ম্বৰ বোলে ।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects