Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 6 Answer মন্থৰাৰ কূট-বুদ্ধি

মন্থৰাৰ কূট-বুদ্ধি
অধ্যায় ৬

(১) চমু উত্তৰ লিখা-

(ক) যুধাজিৎ কোন ৰজা আছিল?
উত্তৰঃ যুধাজিৎ কেকয় দেশৰ ৰজা আছিল ।

(খ) শ্ৰীৰামক কিয় প্ৰজাই বৰ ভাল পাইছিল ?
উত্তৰঃ শ্ৰীৰামৰ উত্তম স্বভাৱ আৰু মধুৰ ব্যৱহাৰৰ কাৰণে প্ৰজাই তেওঁক বৰ ভাল পাইছিল ।

(গ) কৈকেয়ী কোন আছিল ?
উত্তৰঃ কৈকেয়ী ৰজা দশৰথৰ দ্বিতীয় গৰাকী পত্নী বা দশৰথৰ ৰজা পুত্ৰ ভৰতৰ মাক আছিল ।

(ঘ) কৈকেয়ীৰ দাসীৰ নাম কি আছিল ?
উত্তৰঃ কৈকেয়ীৰ দাসীৰ নাম কুঁজী আছিল ।
(ঙ) মন্থৰাৰ ৰামৰ অভিষেক কিয় ভাল লগা নাছিল ?
উত্তৰঃ মন্থৰাৰ ৰামৰ অভিষেক কিয় ভাল লগা নাছিল কাৰণ মন্থৰাৰ স্বভাৱতে কুটিলা আছিল ।
(চ) ৰজা দশৰথ মূছকঁছ কিয় গ’ল ?
উত্তৰঃ ৰজা দশৰথে ৰামৰ চৈধ্য বছৰ বনবাস যোৱাৰ কথা শুনি বৰ দুখ পালে সেইবাবে তেওঁ মূছকঁছ গ’ল ।

(ছ) ৰাম নিজৰ প্ৰথম কৰ্তব্য কি বুলি ভাবিলে ?
উত্তৰঃ পিতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰাটো তেওঁ নিজৰ প্ৰথম কৰ্তব্য বুলি ভাবিলে ।

(২) খালী ঠাই পূৰ কৰা-
(ক) ভৰতৰ মোমায়েকৰ নাম যুধাজিৎ আছিল ।

(খ) কুঁজী দাসীৰ ৰামৰ অভিষেক ভাল লগা নাছিল ।

(গ) কৈকেয়ীৰ দুটা বৰ মাগিলে-
১। ৰামৰ চৈধ্য বছৰ বনবাস
২। ভৰতক যুৱৰাজ পাতিব লাগে ।

(৩) বাক্য ৰচনা কৰা-

আনন্দৰ জোঁৱাৰ উঠিল, ৰোহঘৰ, কথাত বান্ধ খালে।
উত্তৰঃ আনন্দৰ জোঁৱাৰ উঠিলঃ ৰামক যুবৰাজ পতা কথা শুনি প্ৰজাৰ মাজত আনন্দৰ জোঁৱাৰ উঠিল ।
ৰোহঘৰঃ ৰং মনে মাকৰ ওপৰত ঠেহ পাতি ৰোহঘৰত সোমাই আছে ।
কথাত বান্ধ খালেঃ ৰমেনে সখীয়েক দিয়া কথাত বান্ধ খালে ।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects