Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 7 Answer বনবাসলৈ যাত্ৰা

বনবাসলৈ যাত্ৰা
অধ্যায় ৭

(১) এটা বাক্যত উত্তৰ দিয়া-
(ক) ৰজা দশৰথৰ মন্ত্ৰীৰ নাম কি আছিল ?
উত্তৰঃ ৰজা দশৰথৰ মন্ত্ৰীৰ নাম সুমন্ত্ৰই আছিল ।
(খ) ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি কিয় পিন্ধিছিল ?
উত্তৰঃ ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি বনলৈ যাবলৈ পিন্ধিছিল ।
(ঘ) কৈৱৰ্তজনে ৰামৰ আঙঠিটো কিয় নল’লে ?
উত্তৰঃ কৈৱৰ্তজনে ৰামৰ আঙঠিটো নল’লে কাৰণ তেওঁলোক উভতি আহোঁতে আঙঠিটো ল’ৱ ।
(ঘ) গঙ্গা পাৰ হৈ ৰাম কোন মুনিৰ আশ্ৰমলৈ গৈছিল ?
উত্তৰঃ গঙ্গা পাৰ হৈ ৰাম ভৰদ্বাজ মুনিৰ আশ্ৰমলৈ গৈছিল ।
(২) খালী ঠাই পূৰ কৰা-
(ক) ভৰদ্বাজ মুনিৰ পত্নীয়ে সীতাক নানা ধৰণৰ নীতি জ্ঞান দিলে ।
(খ) শৃঙ্গৱেৰপুৰৰ ৰজাৰ নাম নিষাদৰাজ গুহ আছিল ।
(গ) ৰামে তমসা নদী পাৰ হৈ সুমন্ত্ৰক ওভোতাই পঠিয়ালে ।
(৩) বাক্য ৰচনা কৰা-
আকাশ নিনাদিত হোৱা, আদৰ-সাদৰ, দৃঢ় সংকল্প
আকাশ নিনাদিত হোৱাঃ যাদৱৰ পৰীক্ষা ভাল ৰিজিল্টা গোটেই গাওঁ খনতে আকাশ নিনাদিত হৈ পৰিল।
আদৰ-সাদৰঃ ঘৰলৈ কোনোৱা আলহি আহিলে আদৰ-সাদৰ কৰিব লাগে।
দৃঢ় সংকল্পঃ ৰমেনে এইবাৰ পৰিক্ষাত ভাল ৰিজাল্ট কৰিম বুলি দৃঢ় সংকল্প লৈচে ।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects