পাঠ ১৭
অসমৰ অভয়াৰণ্য় আৰু বন্য়প্ৰাণী
১। উদ্ভিদ বা বন্য় প্ৰাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ বন্য়প্ৰাণীসমূহ আমাৰ সম্পদ, সেয়েহে আমি ইয়াক সংৰক্ষণ কৰিব লাগে।
২। বাৰ্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভূক্ত অসমৰ চৰাই চাৰিবিধ কি কি?
উত্তৰঃ বাৰ্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভূক্ত অসমৰ চৰাই চাৰিবিধ হৈছে 一 অসমৰ দেওহাঁহ, হাড়গিলা, উলুম ট ৰা আৰু ভেলা চৰাই।
৩। প্ৰাচীন কালত বন্য়প্ৰাণী সংৰক্ষণ কেনেদৰে কৰা হৈছিল?
উত্তৰঃ প্ৰাচীন কালত সকলো জীৱৰ প্ৰতি দয়া, বন্য়প্ৰাণীক মৰমৰ চকুৰে চোৱা আদি বোধ বাক্য়ৰে বন্য়পাণী সংৰক্ষণ কৰা হৈছিল।
৪। অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্য়ান দুখন কি কি?
উত্তৰঃ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্য়ান দুখন হৈছে 一 কাজিৰঙা আৰু মানাহ।
৫। অসমৰ ব্য়াঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্য়ানখনৰ নাম কি?
উত্তৰঃ অসমৰ ব্য়াঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্য়ানখনৰ নাম হৈছে – মানাহ।
৬। তলৰ চৰাই দুবিধ চিনাক্ত কৰাঃ

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post