📖 Might Learn

SVN Class 4 Social Science Text Book Solution 2026 Chapter 16| Sankardev School Class 4 Social Science Chapter 16 অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প Solution

অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প

অনুশীলনী

(১) তলত দিয়া উদ্য়োগসমূহ অসমৰ ক’ত আছে লিখা一

(ক) তেল শোধানাগাৰ থকা ঠাই।

উত্তৰঃ ডিগবৈ, নুমলীগড়, নুনমাটি।

(খ) কয়লা খনিৰ থকা ঠাই।

উত্তৰঃ মাৰ্ঘেৰিটা।

(গ) জুইশলা কাৰখানা থকা ঠাই।

উত্তৰঃ ধুবুৰী।

(ঘ) কাগজ কল থকা ঠাই।

উত্তৰঃ জাগীৰোড।

(ঙ) তাপবিদ্য়ুৎ প্ৰকল্প থকা ঠাই।

উত্তৰঃ নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।

(২) অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্পসমূহৰ নাম আৰু সেইবোৰ উৎপাদনৰ ঠাইৰ নাম লিখা।

উত্তৰঃ

কুটীৰ শিল্পউতপাদিত সামগ্ৰীক’ত আছে
বয়নপাট মুগাশুৱালকুছি, ঢকুৱাখানা
কাঁহকাঁহৰ বাচন-বৰ্তনসৰ্থেবাৰী
পিতলপিতলৰ বাচন-বৰ্তনহাজো
মৃতমাটিৰ সামগ্ৰীআশাৰীকান্দি(ধুবুৰী), শালমৰা(মাজুলী), তিতাবৰ
বাঁহবাঁহৰ তৈয়াৰী সামগ্ৰীনলবাৰী
বেতবেতেৰে তৈয়াৰী সামগ্ৰীশিলচৰ, গোলাঘাট
পাটীপাটীকৰিমগঞ্জ
গহনাগহনা(অসমীয়া অলংকাৰ)যোৰহাট, নগাঁও, বৰপেটা

(৩) তলত উল্লেখ কৰা সমগ্ৰীবোৰ কোনবিধ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত লিখা।

গামোচা, গলপতা, থুৰীয়া, চেকেলী, কাঁহী–বাতি, বিচনী, নাও, ঢাৰি, জোনবিৰি, জাকৈ।

উত্তৰঃ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত সমগ্ৰীবোৰ হ’ল – গলপতা, থুৰীয়া, কাঁহী-বাতি, বিচনী, ঢাৰি, জোনবিৰি, জাকৈ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class