Might Learn Logo Might Learn Might Learn Shop

SVN Class 5 English Chapter 3 Answer TRAINS

Lesson 3

TRAINS

EXERCISE

2. Fill in the blanks:

খালী ঠাইখিনি পূৰণ কৰক:

(a) The trains come here over the mountains and the plains.

পাহাৰ আৰু ভৈয়ামৰ ওপৰেৰে ইয়ালৈ ৰেল আহে।

(b) The train carries passengers and mails.

(খ) ৰেলখনে যাত্ৰী আৰু ডাক কঢ়িয়াই লৈ ফুৰে।

(c) Passengers and mail are precious loads

 যাত্ৰী আৰু ডাক বহুমূলীয়া বোজা। 

(d) The trains rush on through day and darkness.

দিন আৰু আন্ধাৰৰ মাজেৰে ৰে’লবোৰ লৰালৰিকৈ আগবাঢ়ি যায়।

(e) Vehicles carrying goods are called freight cars.

সামগ্ৰী কঢ়িয়াই অনা যান-বাহনক মালবাহী গাড়ী বোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects