Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 13 Answer ধনপতি

ধনপতি

Chapter 13

১। শব্দ-অৰ্থঃ

দেশব্যাপী – গোটেই দেশজুৰি

স্বজাতি – নিজৰ দেশ বা সমাজ

ন্যায়-নিৰূপিত – নিয়ম অনুসাৰে

কলংক – দাগ, চেকা, কুখ্যাতি

কলংকবৰ্জিত – দাগ নথকা

ধনপতি – ধনৰ গৰাকী, চহকীলোক

মূলমন্ত্ৰ – মূল নীতি

২। প্ৰকৃত ধনীলোক কোনজন?

উত্তৰঃ- যি লোকে সত উপায়েৰে ধন আৰ্জে তেওঁলোকহে প্ৰকৃত ধনীলোক।

৩। ‘ধনবান আছে বহু দিশে-বিদেশত’

– ইয়াত কবিয়ে কেনে ধনীলোকৰ কথা কৈছে?

উত্তৰঃ- ইয়াত কবিয়ে স্বদেশৰ লোকে বিদেশত গৈ ধন খৰচ কৰা ধনীলোকৰ কথা কৈছে।

৪। কেনে ধন কলংক বৰ্জিত?

উত্তৰঃ- যিজন ধনীলোকে সজ উপায়েৰে ধন উপাৰ্জন কৰে আৰু সমাজৰ উন্নতিৰ হকে ধন খৰচ কৰে, তেনে ধনীলোকৰ ধন কলংক বৰ্জিত।

৫। বাক্য ৰচনা কৰাঃ

দেশব্যাপী – কৰ’না মহামাৰী দেশব্যপী বিয়পী পৰিছে।

মূলতন্ত্ৰ – উন্নতিৰ মূলমন্ত্ৰ হৈছে অধ্যয়ন।

দেশ-বিদেশ – অসম এশিঙীয়া গড়ৰ বাবে দেশে-বিদেশে জনাজাত।

কলংক – সত উপায়েৰে উপাৰ্জন কৰা ধন কলংক বৰ্জিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects