Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Computer Course Chapter 7 Answer পেইণ্ট

Chapter 7

পেইণ্ট

অনুশীলনীঃ

১। পেইন্ট খােলাৰ পদ্ধতিটো লিখা ।
উত্তৰঃ পেইণ্ট খোলাৰ পদ্ধতিটো Start – Programme – Accessories – Paint।

২। পেইণ্টৰ Window ত কেইটা অংশ থাকে ?
উত্তৰঃ পেইণ্টৰ Windowত তিনিটা অংশ থাকে।

৩। পেইণ্টৰ Window খন আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিজে চেষ্টা কৰিবা।

৪। কি টুলৰ সহায়ত পেইণ্টত ছবি আঁকা হয় ?
উত্তৰঃ পেঞ্চিল টুলৰ সহায়ত পেইণ্টৰ ছবি অঁকা হয়।

৫। কি টুলৰ সহায়ত বেকা ৰেখা অঁকা হয় ?
উত্তৰঃ লাইন টুলৰ সহায়ত বেকা ৰেখা অঁকা হয়।

৬। সত্য আৰু অসত্য লিখা –

(ক) টেক্স টুল লিখাৰ বাবে ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ সত্য।

(খ) কার্ভ টুলৰ সহায়ত ৰং কৰা হয় ।
উত্তৰঃ সত্য।

(গ) পিক কালাৰ টুলৰ সহায়ত অঁকা অংশ মচিব পাৰি ।
উত্তৰঃ অসত্য।

(ঘ) লাইন – টুলৰ সহায়ত বেকা ৰেখা আঁকিব পাৰি ।
উত্তৰঃ অসত্য।

(ঙ) ফিল কালাৰ টুলৰ সহায়ত ৰং দিব পাৰি ।
উত্তৰঃ সত্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects