Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Computer Course Chapter 9 Answer মাই কম্পিউটাৰ

Chapter 9

মাই কম্পিউটাৰ

অনুশীলনীঃ

১। মাই কম্পিউটাৰ (My Computer) কি ?
উত্তৰঃ মাই কম্পিউটাৰ (My Computer) হ’ল এবিধ মুখ্য Folder,য’ত কম্পিউটাৰটোৰ দৰকাৰী তথ্যসমূহ প্ৰণালীবদ্ধভাৱে জমা কৰি থোৱা হয়।

২। কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে ক’ত দেখিবলৈ পােৱা যায় ?
উত্তৰঃ কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে মাই কম্পিউটাৰ পৰ্দাখনত দেখিবলৈ পোৱা যায়।

৩। ফোল্ডাৰ (folder) বুলিলে কি বুজা ?
উত্তৰঃ ফোল্ডাৰ (Folder) বুলিলে এইটো বুজা যায় ফোল্ডাৰ হ’ল বহুতো ফাইলৰ সমষ্টি ।

৪। সত্য / অসত্য লিখাঃ

(ক) মাই কম্পিউটাৰ (My Computer) হ’ল এবিধ গ্রাহক সঁজুলি (Input device) ।
উত্তৰঃ সত্য।

(খ) CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰি ।
উত্তৰঃ সত্য।

(গ) আইকনত (Icon) মাউচেৰে ক্লিক কৰিলে ইয়াৰ অন্তৰ্গত (File) ফাইলসমূহ বা তথ্য সমূহ পােৱা যায় ।
উত্তৰঃ সত্য।

(ঘ) মাই কম্পিউটাৰ হ’ল কম্পিউটাৰৰ মুখ্য Folder ।
উত্তৰঃ সত্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects