Might Learn Logo Might Learn Shop Might Learn

SVN Class 6 Niti Mallika Chapter 11 Answer আজ্ঞাকাৰী নচিকেতা

আজ্ঞাকাৰী নচিকেতা

Chapter 11

১। নচিকেতাৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ নচিকেতাৰ দেউতাকৰ নাম প্ৰসিদ্ধ স্বামী বাজশ্ৰবা আছিল।

২। নচিকেতা কি কাৰণে যমৰজাৰ ওচৰলৈ গৈছিল?

উত্তৰঃ দেউতাকৰ আজ্ঞা অনুসৰী যমৰজাৰ সেৱা লবলৈ আৰু যমৰজাৰ লগত থাকিবলৈ গৈছিল।

৩। নচিকেতাৰ শেষ পৰিণাম কি হ’ল লিখা।

উত্তৰঃ নচিকেতাই যমৰজাৰ ওচৰত বৰ খুজিলে।

৪। যমৰজাৰ নচিকেতাক কেইটা বৰ দিছিল আৰু বৰকেইটা কি কি আছিল?

উত্তৰঃ যমৰজাৰ নচিকেতাক তিনিতা বৰ দিছিল আৰু বৰকেইটা হ’ল প্ৰথমটো বৰ হ’ল -দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয়।

দ্বিতীয়টো বৰ হ’ল -স্বৰ্গলৈ কেনেকৈ যাব পাৰি সেই বিষয়ে জ্ঞান দিব দিছে।

তৃতীয়টো বৰ হ’ল -মানুহৰ মৃত্য়ু কিয় হয় আৰু মৃত্য়ুৰ পিছত কি হয় কব দিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects