অতিথি পৰায়ণ ৰজা ৰন্তিদেৱ
Chapter 12
১। ৰজা ৰন্তিদেৱ কোন আছিল?
উত্তৰঃ ৰজা ৰন্তিদেৱ মহাৰজা সংস্কৃতিৰ পুত্ৰ আছিল।
২। তেওঁ কেনেকুৱা ৰজা আছিল?
উত্তৰঃ তেওঁ ন্য়ায়পৰায়ণ, দুখীয়াক সহায় কৰোতা আৰু অতিথি পৰায়ণ আছিল।
৩। তেওঁ কিয় বনলৈ গৈছিল?
উত্তৰঃ ৰন্তিদেৱে প্ৰতিদিনে দীন-দুখীয়াক দান-দক্ষিণা দিওঁতে দিওঁতে এদিন তেওঁ নিজে সৰ্বস্বান্ত হৈ পৰিল। ৰাজভঁৰাল খালী হৈ পৰিল। সেই কাৰণে তেওঁ বনলৈ গৈছিল।
৪। কিমান দিনলৈ তেওঁলোকে লঘোণে-ভোকে আছিল।
উত্তৰঃ ৪৮ দিনলৈ তেওঁলোকে লঘোণে-ভোকে আছিল।
৫। আমি তেওঁক কিয় স্মৰণ কৰো?
উত্তৰঃ তেওঁ দীন-দুখীয়াক সহায় কৰিছিল। অতিথিক পৰায়ণ কৰিছিল দান-দক্ষিণা কৰিছিল। সেই কাৰণে তেওঁক আমি স্মৰণ কৰো।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post