পৰিশ্ৰমেই উদগতিৰ আহিলা
Chapter 15
১। সুস্থ সবল হৈ থাকিবলৈ মানুহে কি কৰিব লাগে?
উত্তৰঃ সুস্থ সবল হৈ থাকিবলৈ হ’লে আমি পুষ্টিকৰ খাদ্য় খাব লাগে। ৰাতিপুৱা সুনকালে উঠি ব্য়ায়াম কৰিব লাগে।
২।স্বাস্থ্য ৰক্ষা মানে কি বুজা?
উত্তৰঃ স্বাস্থ্য় ৰক্ষা মানে হ’ল মানুহে যি নীতি-নিয়ম পালন কৰা প্ৰয়োজন সেইখিনি পালন কৰিবলৈ অৱহেলা কৰা দেখা যায়। দৰাচলতে সকলো কাম বাদ দি শৰীৰ ৰক্ষা কৰোতা মানুহ মাত্ৰেৰে পৰম কৰ্ত্তব্য়। কাৰণ স্বাস্থ্য় অমূল্য় ধন।
৩। ‘শৰীৰ মাদং খলু ধৰ্ম সাধনম্’ মানে কি?
উত্তৰঃ ‘শৰীৰ মাদং খুল ধৰ্ম সাধনম’ মানে হ’ল শৰীৰ যদি সুস্থ নহয় তেতিয়াহ’লে মন আৰু বুদ্ধিও কোনো কামত নাহে।
৪। পৰিশ্ৰমেই উদগতিৰ আহিলা- কথাখিনি বহলাই লিখা।
উত্তৰঃ পৰিশ্ৰমৰ অবিহনে কোনো মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে। কাৰণ-পৰিশ্ৰমৰ অবিহনে কোনো কাম সফলতাৰে কৰিব নোৱাৰি। আমি যদি কোনো কাম পৰিশ্ৰম অবিহনে কৰিব যাও সেইটো আমাৰ সকলোতকৈ ডাঙৰ ভুল। পৰিশিৰম কৰিলেহে কোনো নিয়াৰিকৈ আৰু ভালকৈ কৰিব পাৰি। সেয়েই কোৱা হয়, পৰিশ্ৰমেই উদগতিৰ আহিলা।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post