ৰাষ্ট্ৰায় স্বাহা। ইদং ৰাষ্ট্ৰায়, ইদংন নম্।।
Chapter 17
১। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰতিষ্ঠাপক গৰাকীৰ নাম কি আছিল?
উত্তৰঃ ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰৰ আছিল।
২। ডাক্তৰজীৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ডাক্তৰজীৰ মৃত্য়ু ১৯৪০ চনত হৈছিল।
৩। শ্ৰীগুৰুজীৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰঃ শ্ৰীকুৰুজীৰ সম্পূৰ্ণ নামটো হ’ল শ্ৰীমাধৱৰাৱ গোলৱকৰ।
৪। শ্ৰীগুৰুজীয়ে আমাক কেনে শিক্ষা দি গৈছে?
উত্তৰঃ শ্ৰীগুৰুজীয়ে আমাক এই সুশিক্ষাকে দি থৈ গৈছে যে দেশৰ কল্য়াণৰ কাৰণে সৰ্বস্ব সমৰ্পণ কৰিব লাগে।
৫। শ্ৰীগুৰুজীৰ দুটা সুভাষিত সংগ্ৰহ কৰা ।
উত্তৰঃ এটা হ’ল ৰাষ্ট্ৰায় স্বাহা আৰু আনটো হ’ল ইদং ৰাষ্ট্ৰায়, ইদং ন মম।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post