Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 26 Answer স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

পাঠ নং- ২৫

১।একোটা বাক্যত উত্তৰ দিয়াঃ

ক) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা আৰু কি কি ?

উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান তিনিটা আৰু সেইকেইটা হৈছে 一 গাঁৱলীয়া বা গ্ৰাম্য়, নগৰীয়া বা পৌৰসভা আৰু জনগোষ্ঠীয়।

খ) স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল ৫ বছৰ।

গ) পৌৰ নিগমৰ সভাপতিক কি বুলি কয় ?

উত্তৰঃ পৌৰ নিগমৰ সভাপতিক পৌৰপিতা বা মেয়ৰ বুলি কয়।

ঘ) জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবোৰক কি বোলে ?

উত্তৰঃ জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবোৰক স্বায়ত্ত শাসনৰ পৰিষদ বুলি কোৱা হয়।

২। ক) পৌৰসভা ক’ত গঠন কৰা হয় ?

উত্তৰঃ কোনো নগৰৰ জনসংখ্য়া দহ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হ’লে তেনে নগৰত পৌৰসভা গঠন কৰা হয়।

খ) গাঁওসভাৰ সদস্য কেইজন আৰু তেওঁলোকক কোনে নিৰ্বাচন কৰে ?

উত্তৰঃ গাঁওসভাৰ সদস্য ১০জন আৰু তেওঁলোকক জনসাধাৰণে নিৰ্বাচন কৰে।

গ) গাঁও পঞ্চায়তে কৰিব লগা চাৰিটা কামৰ নাম লিখা।

উত্তৰঃ গাওঁ পঞ্চায়তে কৰিবলগীয় চাৰিটা কাম হৈছে 一

১) খেতি-বাতি, হাাঁহ-কুকুৰা, গৰু-ছাগলী-গাহৰি আদি পালনৰ বাবে জনসাধাৰণক উৎসাহিত কৰা।

২) কুটীৰ শিল্পৰ উন্নয়ন কৰা।

৩) বাট-পথ নিৰ্মাণ আৰু মেৰামতি কৰা।

৪) বিজুলী চাকিৰ ব্য়ৱস্থা কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects