SVN Class 7 Science Chapter 11 Answer  উদ্ভিদৰ পৰিবহন তন্ত্ৰ

 উদ্ভিদৰ পৰিবহন তন্ত্ৰ

একাদশ অধ্য়ায় 

অনুশীলনী

১। বাঁওফালৰ স্তম্ভৰ (ক) লগত সোঁফালৰ স্তম্ভ (খ) মিলাই সজোৱা—

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) সংবহন কলা(খ) জাইলেম(গ) ফ্লোৱেম(ঘ) মূলৰোম(ঙ) প্ৰস্বেদনপানী শোষণ কৰে।খাদ্য পৰিবহণ কৰে।অতিৰিক্ত পানী উলিয়াই দিয়ে।পানী পৰিবহণ কৰে।পানী আৰু খাদ্য পৰিবহণ কৰে।

২। চমু উত্তৰ দিয়াঃ

(ক) মূলৰোমৰ কাম কি?

উত্তৰঃ 

(খ) উদ্ভিদে গোটা খাদ্য পৰিবহণ কৰিব পাৰেনে?

উত্তৰঃ 

(গ) উদ্ভিদৰ পানী পৰিবহণ কিহেৰে হয়?

উত্তৰঃ 

(ঘ) উদ্ভিদৰ খাদ্য পৰিবহণ কিহেৰে হয়?

উত্তৰঃ 

(ঙ) উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ কেইটা দিশত হোৱা দেখা যায়?

উত্তৰঃ 

৩। পত্ৰৰন্ধ্ৰ কি আৰু ইয়াৰ কাম কি?

উত্তৰঃ 

৪। উদ্ভিদে জাইলেমৰ মাজেৰে যে পানী পৰিবহণ কৰে পৰীক্ষা এটাৰ দ্বাৰা বুজাই লিখা।

উত্তৰঃ 

৫। সালোক সংশ্লেষণ বুলিলে কি বুজা? উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ হয়?

উত্তৰঃ 

৬। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ কিয় প্ৰয়োজন বুলি ভাবা?

উত্তৰঃ 

৭। বাষ্পমোচন বা প্ৰস্বেদন বুলিলে কি বুজা? প্ৰস্বেদন প্ৰক্ৰিয়াত কাৰ সহায়ত অতিৰিক্ত পানী বাহিৰলৈ ওলাই যায়।

উত্তৰঃ 

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top