SVN Class 7 Science Chapter 12 Answer উদ্ভিদৰ প্ৰজনন

উদ্ভিদৰ প্ৰজনন

দ্বাদশ অধ্য়ায়

অনুশীলনী

১। বাঁওফালৰ স্তম্ভৰ (ক) লগত সোঁফালৰ স্তম্ভ (খ) মিলাই সজোৱা—

স্তম্ভ (ক)স্তম্ভ (খ)
(ক)বংশবৃদ্ধি প্ৰক্ৰিয়াটোক(খ)ফুল(গ)পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক(ঘ)অংগজ প্ৰজনন(ঙ)পৰাগৰেণু(চ)ডিম্বকনিষেচন বোলে।উদ্ভিদৰ বিভিন্ন অংগৰ পৰা হয়।পৰাগধানীৰ ভিতৰত থাকে।উদ্ভিদৰ প্ৰজনন অংগ।গৰ্ভাশয়ৰ ভিতৰত থাকে।প্ৰজনন বোলে।

২। খালী ঠাই পূৰ কৰাঃ

(ক) উদ্ভিদৰ ডাল, কাণ্ড, পাত, মুকুল, আদি অংগৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি দোৱাকে…………….বোলে।

উত্তৰঃ

(খ) এপাদ ফুলতে পুংস্তৱক আৰু স্ত্ৰীস্তৱক একেলগে থাকিলে এনেকুৱা ফুলক……………বোলে।

উত্তৰঃ

(গ) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক…………….বোলে।

উত্তৰঃ

(ঘ) পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমূণ্ডত থিতাপি লোৱাকে ………………বোলে।

উত্তৰঃ

৩। চমু উত্তৰ দিয়াঃ

(ক) ফুল উদ্ভিদৰ কি অংগ?

উত্তৰঃ

(খ) অংগজ প্ৰজনন কেনেকৈ দয়?

উত্তৰঃ

(গ) ইষ্টৰ অংগজ প্ৰজননটোৰ নাম কি?

উত্তৰঃ

(ঘ) স্ত্ৰীকেশৰডালৰ ওপৰৰ চেপেটা অংশটোক কি বুলি কোৱা হয়?

উত্তৰঃ

(ঞ) সহবাসী উদ্ভিদ কাক বোলে?

উত্তৰঃ

(চ) ভিন্নবাসী উদ্ভিদ কাক বোলে?

উত্তৰঃ

(ছ) একলিংগ ফুল এপাহৰ উদাহৰণ দিয়া।

উত্তৰঃ

(জ) পুনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া কিয় হয়?

উত্তৰঃ

৪। উদ্ভিদৰ প্ৰজনন বুলিলে কি বুজা? প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ

৫। অংগজ প্ৰজনন বুলিলে কি বুজাই বহলাই লিখা।

উত্তৰঃ

৬। উদ্ভিদৰ যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৭। এপাহ সম্পূৰ্ণ ফুল আংকি প্ৰজনন উংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ

৮। পৰাগযোগ বুলিলে কি বুজা? ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ

৯। ফুলৰ নিষেচন প্ৰক্ৰিয়াটো চিত্ৰসহ বৰ্ণনা কৰা।

উত্তৰঃ

১০। বীজৰ বিস্তাৰ কিয় হ’ব লাগে তাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top