শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
পাঠ – ২১
অনুশীলনী
(১) চমু উত্তৰ দিয়া-
(ক) বিশ্বৰ প্রথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি ?
উত্তৰঃ বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম হ’ল- ভেলেন্টিনা টেৰেস্ক’ভা।
(খ) ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম হ’ল- কল্পনা চাওলা আৰু সুনীতা উইলিয়াম্ছ।
(গ) মেগছেছে বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম লিখা ।
উত্তৰঃ মেগছেছ বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম হ’ল – কিৰণ বেদী।
(ঘ) অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম লিখা ।
উত্তৰঃ অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম হ’ল- সংযুক্তা পৰাশৰ।
(ঙ) অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক কি নামেৰে জনা যায় ?
উত্তৰঃ অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক বীৰাংগনা নামেৰে জনা যায়।
(চ) লিংগ বৈষম্য মানে কি ?
উত্তৰঃ
(ছ) শ্ৰমৰ সমমর্যাদা মানে কি ?
উত্তৰঃ
(জ) শ্ৰমৰ সমমূল্যই কি সূচায় ?
উত্তৰঃ
(ঝ) অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম লিখা ।
উত্তৰঃ অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম হ’ল- মামণি ৰয়ছম গোস্বামী।
(ঞ) অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম লিখা ।
উত্তৰঃ অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম হ’ল- ৰজনীপ্ৰভা শইকীয়া।
(২) টোকা লিখা—
(ক) নাৰী শিক্ষাৰ গুৰুত্ব ।
উত্তৰঃ
(খ) নাৰী সবলীকৰণ ।
উত্তৰঃ
(গ) সমাজৰ উন্নয়নত মহিলাসকলৰ বৰঙণি ।
উত্তৰঃ
(৩) তলত উল্লেখ কৰা মহিলাসকল কি কি ক্ষেত্ৰৰ লগত জড়িত ?
( i ) প্রতিভা দেৱী সিং পাটিল ।
উত্তৰঃ প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল।
( ii ) ইন্দিৰা গান্ধী ।
উত্তৰঃ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী আছিল।
( iii ) কিৰণ বেদী ।
উত্তৰঃ কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা আই. পি. এছ আছিল।
( iv ) চৈয়দা আনােৱাৰ টাইমুৰ ।
উত্তৰঃ চৈয়দা আনোৱাৰ টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আছিল।
( v ) মামণি ৰয়ছম গােস্বামী ।
উত্তৰঃ মামণি ৰয়ছম গোস্বামী অসমৰ প্ৰথম মহিলা জ্ঞানপীঠ বিজয়িনী আছিল।
( vi ) কল্পনা চাওলা ।
উত্তৰঃ কল্পনা চাওলা ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী আছিল।
( vii ) বাচেন্দ্রী পাল ।
উত্তৰঃ বাচেন্দ্ৰী পাল ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী আছিল।
(৪) উত্তৰ লিখা-
(১) সুমিত্রাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম কি ?
উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম হ’ল- নলবাৰী।
(২) ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজৰ পার্থক্য লিখা ।
উত্তৰঃ ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজত পাৰ্থক্য হ’ল-
(৩) সুমিত্রাৰ পেহীয়েকৰ জীয়েক তিনিজনীক কি কি কামত নিয়ােগ কৰা হয় ?
উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকৰ জীয়েক তিনিজনীক
(৪) সন্তান প্রতিপালনৰ মাজত বৈষম্য ৰখা উচিতনে ? যুক্তি দেখুওৱা ।
উত্তৰঃ