SVN Class 7 Social Science Chapter 23 Answer পৰিকল্পনা, বাজেট আৰু উন্নয়ন

পৰিকল্পনা, বাজেট আৰু উন্নয়ন


পাঠ – ২৩

অনুশীলনী

১ ) চমু উত্তৰ লিখা- 

ক) পৰিকল্পনা কাক বােলে ? 

উত্তৰঃ কামবোৰ নিয়াৰিকৈ কৰিবলৈ খৰচৰ এক হিচাপক পৰিকল্পনা বুলি কোৱা হয়।

খ) মিতব্যয়িতা মানে কি ?

উত্তৰঃ পৰিকল্পনাৰ খৰচখিনিৰ পৰা ৰাহি হোৱা ধনখিনি প্ৰতি মাহে নিয়মিত সঞ্চয় কৰাকেই মিতব্যয়ীতা বুলি কোৱা হয়।  

গ) বাজেট কাক বােলে ? 

উত্তৰঃ পৰিকল্পনামতে কামসমূহ ৰূপায়ণ কৰিবলৈ কিমান অৰ্থ বা টকা-পইচাৰ প্ৰয়োজন হ’ব, সেই ধন ক’ৰপৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ কৰাকে বাজেট বোলে।

ঘ) কল্যাণমূলক কাম-কাজ কাক বােলে ?

উত্তৰঃ যি কামে দেশৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে, দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে সেই কাম-কাজবোৰকে কল্যাণমূলক কাম-কাজ বোলে।

ঙ) পঞ্চবার্ষিক পৰিকল্পনা কাক বােলে ? 

উত্তৰঃ আমাৰদেশত পাঁচ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় তাকে পঞ্চবাৰ্ষিক পৰিকল্পনা বোলে।

চ) ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত পার্থক্য কি ?

উত্তৰঃ    

ছ) অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা ?

উত্তৰঃ পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণ কৰিবলৈ এটা নিৰ্দিষ্ট সময়ত কিমান অৰ্থ ব্যয় হ’ব, সেই অৰ্থ টকা-পইচা ক’ৰপৰা আহিব, চৰকাৰৰ উপাৰ্জন বা আয় কিমান হ’ব, ব্যয় কিমান হ’ব আদি অৰ্থ সম্বন্ধীয় কথাবোৰ জড়িত হৈ থাকে বাবে এনে পৰিকল্পনাক অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়।

জ) চৰকাৰী খৰচৰ পিছত ৰাহি হােৱা অংশ ক’ত জমা হয় ?

উত্তৰঃ চৰকাৰী খৰচৰ পিছত ৰাহি হোৱা অংশ চৰকাৰী ৰাজকোষত জমা হয়।

ঝ) অর্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি ?

উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনা মূল উদ্দেশ্য হ’ল- 

২) উত্তৰ লিখা- 

ক) এখন দেশৰ পৰিকল্পনাত কোনবােৰ দিশত গুৰুত্ব দিয়া হয় ? এই কামবােৰ কৰিবলৈ প্রয়ােজন হােৱা অর্থ চৰকাৰে কিদৰে আহৰণ কৰে ? 

উত্তৰঃ 

খ) মানৱ সম্পদ কি ? ইয়াক কিদৰে গঢ়ি তুলিব পাৰি ? 

উত্তৰঃ  

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

ক) পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিসৰ— 

(১) ২ বছৰ, (২) ৩ বছৰ, (৩) ৫ বছৰ, (৪) ৭ বছৰ । 

উত্তৰঃ (৩) ৫ বছৰ।

খ) পৰিকল্পনা আয়ােগৰ অধ্যক্ষ- 

(১) প্রধান মন্ত্রী, (২) ৰাষ্ট্রপতি, (৩) বিত্তমন্ত্রী, (৪) মুখ্য মন্ত্রী । 

উত্তৰঃ (১) প্ৰধান মন্ত্ৰী।

গ) পৰিকল্পনাৰ সফল ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয়—

(১) কৃষি, (২) উদ্যোগ, (৩) বাণিজ্য, (৪) সেৱা, (৫) অৰ্থ

উত্তৰঃ (৫) অৰ্থ।

ঘ) চৰকাৰী উপাৰ্জনৰ ৰাহি অংশ জমা হয়-

(১) বেংকত, (২) প্ৰধান মন্ত্ৰীৰ হাতত, (৩) ৰাজকোষত, (৪) বিত্তমন্ত্ৰীৰ হাতত

উত্তৰঃ (৩) ৰাজকোষত।

ঙ) বিনিয়োগ মানে-

(১) দেশৰ প্ৰতিৰক্ষা শিতানত কৰা ব্যয়, (২) দুৰ্গতসকলক দিয়া সাহায্য, (৩) বিদেশলৈ পঠোৱা সাহায্য, (৪) আৰ্থিক উৎপাদনৰ বাবে কৰা ব্যয়, (৫) বানপীড়িতক দিয়া সাহায্য

উত্তৰঃ (৪) আৰ্থিক উৎপাদনৰ বাবে কৰা ব্যয়। 

৪) খালী ঠাই পূৰ কৰা-

ক) ………………… মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্ৰস্তুত কৰে ।

উত্তৰঃ পৰিকল্পনা।

খ) ৰূপালী এগৰাকী ……………………. মহিলা ।

উত্তৰঃ চাকৰিয়াল।

গ) চৰকাৰী কাম-কাজত ……………….. কামবোৰে অগ্ৰাধিকাৰ পায় ।

উত্তৰঃ 

ঘ) নীতি আয়োগৰ অধ্যক্ষ হ’ল ………………. ।

উত্তৰঃ প্ৰধান মন্ত্ৰী।

ঙ) ………………. চনৰ ………………… পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ।

উত্তৰঃ ১৯৫১ চনৰ, ১ এপ্ৰিলৰ।

চ) চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ …………………… প্ৰস্তুত কৰি লোৱা হয় ।

উত্তৰঃ  

ছ) বৰ্তমান আমাৰ দেশত ……………….. পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে ।

উত্তৰঃ দ্বাদশ।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top