SVN Class 8 General Science Chapter 12 Answer ঘৰ্ষণ পাঠটোৰ উত্তৰ

ঘৰ্ষণ

অধ্যায় ১২

A. ১। ঘর্ষণ বলৰ সংজ্ঞা দিয়া।

উত্তৰঃ- যিকোনো বস্তুৰ ওপৰেৰে যেতিয়া এটা বস্তুই গতি কৰে তেতিয়া গতিৰ বিপৰীত দিশত তাৰ ওপৰত কিবা বলে ক্ৰিয়া কৰিব লাগিব। এই বলকেই আমি ঘৰ্ষণ বল বা ঘৰ্ষণ বোলে।

২। ঘর্ষণ বলে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ-

৩। মজিয়াৰ ওপৰেৰে বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায় কিয় ব্যাখ্যা কৰা।

উত্তৰঃ-

৪। পিছল ঘর্ষণ আৰু ঘূর্ণি ঘর্ষণৰ পার্থক্য কি? কোনবিধ ঘর্ষণৰ মান বেছি?

উত্তৰঃ-

৫। দৈনন্দিন জীৱনত ঘর্ষণে কৰা তিনিটা সুবিধাৰ কথা উল্লেখ কৰা।

উত্তৰঃ- দৈনন্দিন জীৱনত ঘৰ্ষণে কৰা তিনিটা সুবিধাৰ তলত উল্লেখ কৰা হ’ল-

(১) খোজ কঢ়াত ঘৰ্ষণ বলে আমাক সহায় কৰে। আমাৰ ভৰি আৰু মজিয়া বা ৰাস্তাৰ মাজত যদি ঘৰ্ষণ নহ’লহেঁতেন খোজ কঢ়াটোৱেই সম্ভৱ নহ’লহেঁতেন।

(২) যান-বাহনৰ চকা আৰু ৰাস্তাৰ মাজত ঘৰ্ষণ থকা কাৰণেহে যান- বাহনৰ চলাচল সম্ভৱ হৈছে। ঘৰ্ষণ নাথাকিলে কোনো যান-বাহনেই চলিব নোৱাৰিলেহেঁতেন।

(৩) ঘৰ্ষণ নাথাকিলে হাতেৰে বা চামুচেৰে ভাত খাব নোৱাৰিবা। মুঠি মাৰিব খুজিলেই ভাতবোৰ আঙুলিৰ ফাঁকেৰে পাৰ হৈ গ’লহেঁতেন।

৬। ঘৰ্ষণৰ ফলত হােৱা দুটা অপকাৰৰ বিষয়ে লিখা।

উত্তৰঃ- ঘৰ্ষণৰ ফলত হোৱা দুটা অপকাৰ হ’ল-

(১) যান-বাহন অথবা যন্ত্ৰপাতিৰ যিবোৰ অংশই অনবৰত ঘঁহনি খাই গতি কৰি থাকে সেইবোৰ অংশ ঘৰ্ষণৰ কাৰণে ক্ষয় গৈ নষ্ট হয়। তদুপৰি ঘৰ্ষণত তাপৰ সৃষ্টি হয়। এই তাপে যন্ত্ৰপাতিৰ অংশবোৰ নষ্ট কৰে।

(২) যান-বাহনৰ চকাৰ ওপতৰ ৰাস্তাই দিয়া ঘৰ্ষণ বলে অতিক্ৰম কৰিবলৈ শক্তিৰ খৰচ কৰিব লগা হয়। এই শক্তি আমাৰ অপচয় হয়।

৭। ব্রেকৰ ব্যৱহাৰ কেনেকৈ ঘৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ-

৮। যানবাহনৰ চকা ব্যৱহাৰ কৰাৰ পৰা কি কি সুবিধা পােৱা যায়?

উত্তৰঃ-

৯। মজিয়াত তেল পৰিলে তাৰ ওপৰেদি কিয় খােজ কাঢ়িব নােৱাৰি?

উত্তৰঃ-

১০। লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম কি?

উত্তৰঃ-

B. খালী ঠাই পূৰ কৰাঃ

ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ঘৰ্ষণে বাধা দিয়ে।

উত্তৰঃ স্থিতি।

খ) ঘৰ্ষণে উৎপন্ন কৰে।

উত্তৰঃ তাপ।

গ) কেম ব’র্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘর্ষণ ।

উত্তৰঃ কমে।

ঙ) স্থিতি ঘর্ষণতকৈ পিছল ঘৰ্ষণৰ মান ।

উত্তৰঃ কম।

C. (i) তলৰ বিভিন্ন ঘর্ষণৰ মানবােৰ অধঃক্ৰমত সজাবলৈ কোৱা হ’ল। কোনটো শুদ্ধ নির্ণয় কৰা।

ক) ঘূর্ণি, স্থিতি, পিছল

খ) ঘূর্ণি, পিছল, স্থিতি

গ) স্থিতি, পিছল, ঘূর্ণি।

ঘ) পিছল, স্থিতি, ঘূর্ণি

উত্তৰঃ (গ) স্থিতি, পিছল, ঘূৰ্ণি।

D. ব্য়াখ্য়া কৰা।

ক) ব’ঠা মাৰিলে কিয় নাও চলে?

উত্তৰঃ-

খ) আমি খােজ কঢ়া কিয় সম্ভৱ হয়?

উত্তৰঃ-

গ) ৰকেট মহাকাশলৈ নিক্ষেপ কৰা কিয় সম্ভৱ হয়? জেটবিমান কিয় চলাব পাৰে?

উত্তৰঃ-

E. ক) দুর্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবােন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খােজ কঢ়াটো সহজ হ’বনে কঠিন হ’ব? কাৰণ দর্শোৱা।

উত্তৰঃ-

খ) স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণ কিয় কম? ব্যাখ্যা কৰা।

উত্তৰঃ-

গ) তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।

উত্তৰঃ-

ঘ) হঠাৎ ঘর্ষণ অদৃশ্য হ’ল বুলি কল্পনা কৰা। জীৱনশৈলীত কি পৰিৱৰ্তন ঘটিব? এনে ৫ টা অৱস্থা লিখা।

উত্তৰঃ-

ঙ) তােমাৰ পছন্দৰ খেলবিধত ঘর্ষণে কি ভূমিকা পালন কৰে? যত ঘর্ষণে সহায় কৰিছে নহয় বাধা দিছে।

উত্তৰঃ-

চ) খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।

উত্তৰঃ-

ছ) স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ কিয় ব্যাখ্যা কৰা।

উত্তৰঃ-

Scroll to Top