SVN Class 8 Social Science Chapter 3 Answer বসতি পাঠটোৰ উত্তৰ

বসতি

Lesson: 3

১। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা?

উত্তৰঃ

২। মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি?

উত্তৰঃ

৩। গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি?

উত্তৰঃ

৪। গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ

৫। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ

৬। কেন্দ্রীভূত বসতি কেনে ধৰণে সৃষ্টি হয়?

উত্তৰঃ

৭। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ?

উত্তৰঃ

৮। গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ

৯। চমুটোকা লিখা—

ৰৈখিক বসতি, বৰ্গক্ষেত্রাকাৰ বসতি, তৰাৰূপী বসতি, পাতল বসতি।

উত্তৰঃ

১০। নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ কেইখনমান নগৰ-চহৰৰ নাম লিখা।

উত্তৰঃ

১১। প্রাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কার্য কি কি?

উত্তৰঃ

১২। উচ্চভূমি অঞ্চলত কেনে ধৰণৰ খেতি কৰা হয়?

উত্তৰঃ

১৩। খালী ঠাই পূৰ কৰা :

ক) _কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।

উত্তৰঃ

খ) _ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

উত্তৰঃ

গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক _ বসতি বোলে।

উত্তৰঃ

ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা_ খন।

উত্তৰঃ

ঙ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় _হৈছে

উত্তৰঃ

চ) উন্নত দেশবোৰত শতকৰা_ জন লোক নগৰ অঞ্চলত বাস কৰে।

উত্তৰঃ

ছ) কৃষিয়েই_ মূল ভিত্তি।

উত্তৰঃ

জ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে_ যাপন কৰিছিল।

উত্তৰঃ

ঝ) বসতিয়ে সাধাৰণতে মানুহৰ _কার্যকহে বুজায়।

উত্তৰঃ