SVN Class 8 Social Science Chapter 5 Answer সাগৰ-মহাসাগৰ পাঠটোৰ উত্তৰ

সাগৰ-মহাসাগৰ

Lesson: 5

১। পৃথিৱীক নীলা গ্রহ বুলি কিয় কোৱা হয়?

উত্তৰঃ

২। সাগৰ, উপসাগৰ আৰু মহাসাগৰ— এই তিনিওটাৰ মাজৰ মিল আৰু অমিল কেনে লিখা।

উত্তৰঃ

৩। উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল?

উত্তৰঃ

৪। পৃথিৱীৰ উপৰিভাগত ওখ-চাপৰ আৱৰণটোৰ সৃষ্টি কেনেদৰে হ’ল লিখা।

উত্তৰঃ

৫। নিৰক্ষীয় অঞ্চলৰ মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয়?

উত্তৰঃ

৬। বেলেগ বেলেগ উষ্ণতাৰ দুটা মহাসাগৰীয় সোঁত লগ লগা ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায় কিয় ?

উত্তৰঃ

৭। গৰম সাগৰীয় সোঁত আৰু চেঁচা সাগৰীয় সোঁতৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ

৮। সাগৰত কি কি কাৰণত ঢৌৰ সৃষ্টি হয়?

উত্তৰঃ

৯। আগ্নেয় বলয় বুলি ক’লে কি বুজা?

উত্তৰঃ

১০। ছুনামিৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান হয়।

উত্তৰঃ

১১। জোৱাৰ ভাটা বুলিলে কি বুজা?

উত্তৰঃ

১২। পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি হোৱাৰ কাৰণ কি?

উত্তৰঃ

১৩। মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি?

উত্তৰঃ

১৪। বাসন্তী জোৱাৰ আৰু নাটনি জোৱাৰ কাক বোলে? চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ

১৫। নদীৰ মোহনা আৰু জোৱাৰ ভাটাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ

১৬। সাগৰ-মহাসাগৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ

১৭। বেনথ’জ শ্ৰেণীৰ সাগৰীয় জীৱৰ বৈশিষ্ট্য কি?

উত্তৰঃ

১৮। প্লৱক আৰু মৎস্যক্ষেত্ৰৰ মাজৰ সম্পৰ্ক কেনে ধৰণৰ লিখা?

উত্তৰঃ

১৯। কেইবিধমান সাগৰীয় মাছৰ নাম লিখা।

উত্তৰঃ

২০। সাগৰ-মহাসাগৰত কি কি খনিজ সম্পদ পোৱা যায় আৰু ইয়াৰ গুৰুত্ব কেনে ধৰণৰ?

উত্তৰঃ

২১। জল পৰিবহণৰ ক্ষেত্ৰত সাগৰ-মহাসাগৰৰ ভূমিকা সম্পর্কে লিখা।

উত্তৰঃ

২২। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?

উত্তৰঃ

২৩। গৰম পানীৰ সোঁত আৰু ঠাণ্ডা পানীৰ সোঁতৰ বৈশিষ্ট্য সম্পর্কে লিখা।

উত্তৰঃ

২৪। সাগৰৰ কেনেকুৱা অঞ্চলত মৎস্যক্ষেত্র গঢ়ি উঠে?

উত্তৰঃ

২৫। আমি কিয় নির্মল পানীৰ অভাৱ অনুভৱ কৰোঁ?

উত্তৰঃ

২৬। পৃথিৱীৰ মুঠ মহাসাগৰ কেইখন আৰু কি কি? ২৭। ছুনামি বুলিলে কি বুজা?

উত্তৰঃ

২৮। মহাসাগৰীয় সোঁত কাক বোলে আৰু ই কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ

২৯। জোৱাৰ ভাটাৰ প্ৰভাৱত কি কি সুবিধা হয়?

উত্তৰঃ

৩০। কাৰণ দর্শোৱা :

ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।

উত্তৰঃ

খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

উত্তৰঃ

গ) জাপানত সঘনাই ছুনামি হয়।

উত্তৰঃ

ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

উত্তৰঃ

৩১। শুদ্ধ উত্তৰটোত চিন দিয়া

ক) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়—

১। মেৰু অঞ্চলত

২। নিৰক্ষীয় অঞ্চলত

৩। এটাও নহয়।

উত্তৰঃ

খ) দিনটোত দুবাৰ সাগৰৰ পানী উঠা-নমা কৰাকে—

১। সাগৰীয় সোঁত

২। জোৱাৰ ভাটা

৩। ঢৌ বোলে।

উত্তৰঃ

গ) ছুনামি শব্দৰ অৰ্থ হ’ল—

১। ভূমিকম্প

২। সাগৰৰ ঢৌ

৩। পোতাশ্ৰয়ৰ ঢৌ।

উত্তৰঃ

ঘ) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—

১। নেক্‌টন

২। বেনথ’জ

৩। প্লেংকটন শ্ৰেণীৰ।

উত্তৰঃ

৩২। সোঁফালৰ লগত বাঁওফাল মিলোৱা –

ক) ডায়েটম ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

খ) নিৰক্ষীয় অঞ্চলত খ) নাটনি জোৱাৰ হয়।

(গ) সাধাৰণ নিমখ গ) এবিধ উদ্ভিদ প্লেংকটন।

ঘ) মহাসাগৰৰ পানীত ঘ) সপ্তমী আৰু অষ্টমী তিথিত

দ্ৰৱীভূত হৈ থাকে।

ঙ) পানীৰ ঘনত্ব কম হয়। ঙ) মৎস্য ক্ষেত্ৰবোৰ

উত্তৰঃ

৩৩। খালী ঠাই পূৰ কৰা :

ক) মহাসাগৰত চলাচল কৰা পৰিবহণ ব্যৱস্থাক __ বুলি কোৱা হয়।

উত্তৰঃ

খ) মহাসাগৰত চলা জাহাজবোৰে কেতিয়াবা ,,,আদি সমস্যাৰ সন্মুখীন হয়।

উত্তৰঃ

গ) জলপথবোৰ __ঘাইপথ।

উত্তৰঃ

ঘ) __ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক ছুনামি বোলে।

উত্তৰঃ

(ঙ) মহাসাগৰৰ বুকুৰ খনিজ দ্রব্যবোৰৰ ভিতৰত আৰু _আটাইতকৈ গুৰুত্বপূৰ্ণ।

চ) উৎপত্তিৰপৰা বৰ্তমানলৈকে পৃথিৱীয়ে প্রায় __বছৰ অতিক্ৰম কৰিছে।

উত্তৰঃ

ছ) আৰু ই সাগৰত জাহাজ চলাচলত সমস্যাৰ সৃষ্টি কৰে।

উত্তৰঃ