Might Learn Logo Might Learn

অনুশীলনী ১৮ | Chapter 18 | Class 4 Verbal and Mental Aptitude Shankardev School Question Answer Solution For Assam | Class 4 Shankardev School Question Answer Solution |

  অনুশীলনী ১৮

১। ১ কিলোমিটাৰত কিমান মিটাৰ হ’ব?

উত্তৰঃ

২। ১২৫০০ গ্ৰামক কুইন্টলত প্ৰকাশ কৰা।

উত্তৰঃ

৩। ৫৮ চেন্টিমিটাৰ= ৫৮ মিলিমিটাৰ一 শুদ্ধ/অশুদ্ধ।

উত্তৰঃ

৪। ১ কিলোগ্ৰাম মচুৰ দাইলৰ দাম ৯০ টকা হ’লে ১০০ গ্ৰামৰ দাম কিমান?

উত্তৰঃ

৫। এক কুইন্টল জহা চাউলৰ দাম ৫,০০০ টকা। এক কিলোগ্ৰামৰ দাম কিমান?

উত্তৰঃ

৬। পাঁচ মিটাৰ কাপোৰ ৪ ভাগ কৰিল প্ৰতিভাগ কাপোৰৰ জোখ কিমান হ’ব?

উত্তৰঃ

৭। বাইক এখনৰ চকাৰ পৰিধি ১ মিটাৰ। ১০ মিটাৰ অতিক্ৰম কৰিবৰ বাবে চকাটো কেইপাক ঘূৰিব?

উত্তৰঃ

৮। অসমীয়া মাহৰ মাঘ, ফাগুন আৰু চ’ত মাহত সৰ্বমুঠ কিমান দিন?

উত্তৰঃ 

৯। লিপ্ইয়েৰ বছৰৰ প্ৰথম তিনি মাহত কিমান দিন হ’ব?

উত্তৰঃ

১০। এজন মানুহে ১০ মিনিটত ১ কিলোমিটাৰ দৌৰে। ৪০ মিনিটক কেই কিলোমিটাৰ দৌৰিব?

উত্তৰঃ

১১। খালী ঠাই পূৰ কৰাঃ

ক) ………… দিন = ৪ সপ্তাহ।

খ) ৩৬৬ দিন = …………

গ) ৩০ মিনিট = ………… চেকেণ্ড।

ঘ) ১২০ মিনিট = ছেকেণ্ড = ………… মিনিট।

ঙ) ১ ঘন্টা + ১৫ মিনিট = ………… মিনিট।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects