অনুশীলনী ১৯ | Chapter 19 | Class 4 Verbal and Mental Aptitude Shankardev School Question Answer Solution For Assam | Class 4 Shankardev School Question Answer Solution |

 অনুশীলনী ১৯

মনলৈ গোটা বস্তুৰ আৰ্যাখন আনি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিবা一

১। ৬০ টা = ……………. ডজন।

২। ২ ডজন আৰু ৫টা = …………. টা।

৩। ১ পোন তামোল = ……………. টা।

৪। ৬০ খিলা পাণ = ………….. গুচি।

৫। ১২ তামোল = ………………. গণ্ডা।

৬। ৩৬ টা পাৰ চৰাই = ……….. যোৰ।

৭। এটা মালভোগ কলৰ দাম ৫ টকা হ’লে এক ডজনৰ দাম কিমান?

উত্তৰঃ

৮। এক ডজন HB-4 পেঞ্চিলৰ দাম ৮৪ টকা। এডাল HB-4 পেঞ্চিলৰ দাম কিমান?

উত্তৰঃ

৯। এক ডজন কমলা দাম ৭২ টকা। এটা কমলাৰ দাম কিমান?

উত্তৰঃ

১০। এক গ্ৰোছ বলপেনৰ ১২০০ টকা। এক ডজন বলপেনৰ দাম উলিওৱা।

১১। এটা বাকচত ১২ ডাল মম ভৰাব পাৰি। তেনে ৮ টা বাকচত ভৰাবৰ বাবে কিমান ডাল মম লাগিব?

উত্তৰঃ

১২। ৰবিনে ৩৬ টা জাহাজী কল বজাৰলৈ বিক্ৰীৰ বাবে নিছিলে। তেওঁ প্ৰতি ডজনত ৬০ টকাকৈ বিক্ৰী কৰিলে কিমান টকা পাব?

উত্তৰঃ

১৩। ১ ডজন স্কেলৰ দাম ৮৪ টকা হ’লে ৩ ডজন স্কেলৰ দাম কিমান?

উত্তৰ-

১৪। …………… ডজন  + ৫ = ৬৫ টা।

১৫। …………. গ্ৰ’ছ + ১ ডজন + ৩ টা = ১৫৯

Type: Priyam Jyoti Patar

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top