গুণিতক আৰু উৎপাদক | Lesson 4 | Class 5 Maths Solution Assam | Class 5 Mathematics Solution SCERT Assamese Medium | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ৪
গুণিতক আৰু উৎপাদক

        👉Book PDF Download

1. তলৰ সংখ্য়াবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজাঃ

























2. তলৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰা















80ৰ উৎপাদক চকৰিঃ















3. তলৰ সংখ্যাবোৰৰ যিকোনো 5টা গুণিতক লিখাঃ
4ৰ গুণিতকঃ 4, 8, 12, 16, 20
5ৰ গুণিতকঃ 5, 10, 15, 20, 25
6ৰ গুণিতকঃ 6, 12, 18, 24, 30
10ৰ গুণিতকঃ 10, 20, 30, 40, 50

4. তলৰ সংখ্যা জালিখন চোৱা আৰু প্ৰশ্নসমূহৰ উত্তৰঃ

1

2

3

4

5

6

7

8

9

10

11

12

13

14

15

16

17

18

19

20

21

22

23

24

25

26

27

28

29

30

31

32

33

34

35

36

37

38

39

40

41

42

43

44

45

46

47

48

49

50

51

52

53

54

55

56

57

58

59

60

61

62

63

64

65

66

67

68

69

70

71

72

73

74

75

76

77

78

79

80

81

82

83

84

85

86

87

88

89

90

91

92

93

94

95

96

97

98

99

100



a) 4ৰ গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা।
b) 6ৰ গুণিতকৰ ঘৰবোৰত ৰঙা ৰং কৰা।
c) 10 ৰ গুণিতকৰ ঘৰবোৰত হালধীয়া ৰং কৰা।
d) সেউজীয় আৰু ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে? সংখ্য়াকেইটা লিখা।
e) 4 আৰু 5ৰ গুণিতকবোৰ লিখা।

20,40,60,80,100,…………………….


f) 4 আৰু 5ৰ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি? 20

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top