তথ্য়ৰ ব্য়ৱহাৰ | Lesson 12 | Class 5 Maths Solution Assam SCERT | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Solution Class 5 Maths | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ১২তথ্য়ৰ ব্য়ৱহাৰ        👉Book PDF Download
1. বহিঃ খেলৰ দায়িত্বত থকা পৰিচালকে পাঁচখন বিদ্য়ালয়ৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ তালিকা তলত দিয়া ধৰণে দাগ চিহ্নৰে উল্লেখ কৰিছে।

 | = 1, 

= 2

= 3

= 4

= 5

ওপৰৰ তালিকাখন চাই তোমালোকে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।a) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি ৰ্তিযোগীয়ে অংশগ্ৰহণ কৰিছে?→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়।
b) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি ছোৱালী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়ৰ পৰা।
c) কোনখন বিদ্য়ালয়ৰ আটাইতকৈ বেছি ল’ৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়।

2. আন পাঁচখন বিদ্য়ালয়ৰ প্ৰতিযগীসকলৰ তালিকাকৰণ কৰাৰ বাবে খেল সৱকক দায়িত্ব দিলে। খেল সেৱকে প্ৰস্তুত কৰা তালিকাখনত দাগ চিহ্ন বহুৱাই সম্পূৰ্ণ কৰা।

* খেল সেৱকে সংগ্ৰহ কৰা তথ্য়সমূহ আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা।a) মুঠ ল’ৰা প্ৰতিযোগীৰ সংখ্য়া কিমান?→ 102
b) আটাইতকৈ কম ছোৱালীয়ে অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ নাম কি?→ কাজিৰঙা প্ৰাথমিক বিদ্য়ালয়।
c) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?→ ভূপেন হাজজৰিকাপ্ৰাথমিক বিদ্য়ালয়।

3. কোনটো প্ৰতিযোগীতাত কিমানজনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে তাক বুজাবলৈ খেল সমিতিয়ে তলৰ তালিকাখন চিহ্নৰে প্ৰকাশ কৰিছে।

প্ৰতিযোগিতাল’ৰাছোৱালীমুঠ
দৌৰ🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂65
কাবাডী🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂😶63
ফুটবল🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂😶77
ৰীলে দৌৰ🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂55

* তালিকাখন চাই দলত বহি আলোচনা কৰা আৰু প্ৰশ্নৰ উত্তৰবোৰ দিয়া।a) কোনটো খেলত আটাইতকৈ বেছি খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে?→ ফুটবল।b) কোনটো খেলত আটাইতকৈ কম খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে?→ ৰীলে দৌৰ।c) মুঠ কিমান সংখ্য়ক ছোৱালীয়ে খেলত অংশগ্ৰহণ কৰিছে?→ 131।d) কোনটো খেলত ছোৱালীৰ সংখ্য়া বেছি?→ কাবাডী।e) কাবাডী খেলতকৈ ফুটবল খেলত 14 গৰাকী খেলুৱৈ বেছি।
4. বাছনিৰ পৰা মূল খেলত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্য়া বুজাবলৈ তলৰ তালিকাখন প্ৰকাশ কৰিছে।

প্ৰতিযোগিতামুঠ অংশগ্ৰহণকাৰী
দৌৰ12 জন
কাবাডী14 জন(দুটা দলত)
ফুটবল22 জন(দুটা দলত)
ৰীলে দৌৰ8 জন(দুটা দলত)

* তালিকাখনৰ তথ্য়খিনি তলত দিয়া মতে দণ্ডচিত্ৰ আঁকি প্ৰকাশ কৰা হল।

* দণ্ডচিত্ৰ অধ্যয়ন কৰি উত্তৰ উলিওৱা।a) ফুটবল খেলৰ বাবে কিমানজন বাছনি হৈছে?→ 22 জন।
b) কোনটো বিভাগত আটাইতকৈ কম খেলুৱৈয়ে সুযোগ পাইছে?→ ৰীলে দৌৰ।
c) কোনটো খেলত 15 জনতকৈ বেছি খেলুৱৈয়ে সুযোগ পাইছে?→ ফুটবল।

5. ফুটবল ফাইনেল খেলা দল দুটাৰ খেলুৱৈসকলৰ নিজৰ তেজৰ গ্ৰুপৰ সম্পৰ্কীয় তথ্য় সংগ্ৰহ কৰাত তলৰ কথাখিনি পোৱা গ’ল।A   B   AB   O   A   B   O   A   B   O   B   O   A   B  B   O   B   A   O   B   O   A   O   B   O   A   O   B   O   AB
ওপৰৰ তথ্য়খিনিৰ পৰা তালিকাখন প্ৰস্তুত কৰা।

সম্পূৰ্ণ কৰা তালিকাখনৰ পৰা তলৰ খালী ঠাইবোৰ পূৰ কৰা।a) O গ্ৰুপৰ খেলুৱৈ সংখ্য়া আটাইতকৈ বেছি।b) AB গ্ৰুপটো আটাইতকৈ কম খেলুৱৈৰ মাজত আছে।c) B তেজৰ গ্ৰুপৰ 10 জন খেলুৱৈ আছে।d) তালিকাখনৰ তথ্য়খিনি কাষৰ জালিখনত দণ্ডচিত্ৰৰে প্ৰকাশ কৰা।

6. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাত চাৰিখন ৰাজ্য়ই পোৱা পদকৰ তালিকা এনেধৰণৰ 一অসম 一 সোণ – 22                ৰূপ – 18
মেঘালয় 一 সোণ – 12                    ৰূপ – 22
অৰুণাচল প্ৰদেশ 一 সোণ – 10                                  ৰূপ – 15
মিজোৰাম 一 সোণ – 16                       ৰূপ – 20

    ওপৰৰ মেডেল পোৱাৰ হিচাপ চাই তালিকাত আৰু দণ্ডচিত্ৰত প্ৰকাশ কৰা।

ৰাজ্যৰ নামসোণৰূপমুঠ
অসম221840
অৰুণাচল প্ৰদেশ122234
মিজোৰাম101525
মেঘালয়162036

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top