Might Learn Logo Might Learn

০ আৰু ১০ | Chapter- 3 | Class 1 AJB School Question Answer | ০ আৰু ১০ Lesson 3 Class 1 AJB School Question Answer And Solutions For Assam |

 সংখ্য়াঃ ০ আৰু ১০

অধ্য়ায়- ৩

১। তলৰ খালী বাকচবোৰত ০ লিখাঁ।

উত্তৰঃ

২। তলৰ ফুলৰ টাববোৰত কেইটাকৈ ফুল আছে তলত দিয়া খালী বাকচত লিখাঁ। এটাও নাথাকিলে ০ বুলি লিখিবা।

উত্তৰঃ 

৩। তলৰ বেলুনৰ থূৰবোৰত কেইটা বেলুন আছে লিখাঁ। এটাও নাথাকিলে ০ বুলি লিখিবা।

উত্তৰঃ

৪। তলৰ মণিশলাবোৰৰ প্ৰতিডাল মণিশলাত কেইটাকৈ মণি আছে তলৰ খালী বাকচত লিখাঁ।

উত্তৰঃ 

৫। তলত দিয়া বাকচবোৰৰ প্ৰতিটোতে কেইটাকৈ মাৰ্বল আছে লিখাঁ।

উত্তৰঃ

৬। তলৰ সজাবোৰৰ প্ৰতিটোতে কেইটাকৈ চৰাই আছে ?

উত্তৰঃ


৭। তলৰ খালী বাকচবোৰত ১০ লিখাঁ।

উত্তৰঃ 

৮। তলৰ ছবিবোৰত দিয়া বস্তুবোৰ গণি কাষৰ খালী বাকচত লিখাঁ।

উত্তৰঃ

৯। তলৰ তালিকাখন পূৰ কৰাঁ

উত্তৰঃ

১০। তলত দিয়া প্ৰতিটো ঘৰৰ বস্তুবিলাকৰ ছবি গণনা কৰি পোৱা সংখ্য়াটো খালী বাকচত লিখাঁ।

উত্তৰঃ 


১১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়াঁ। 

ক) এখন চাইকেলৰ চকা কেইটা য

উত্তৰঃ চাৰিটা (৪)।

খ) তোমাৰ দুয়োখন হাতত থকা মুঠ আঙুলি কেইটা য

উত্তৰঃ দহটা (১০)।

গ) এটা হাতীৰ ঠেং কেইখন ?

উত্তৰঃ চাৰিখন (৪)।

ঘ) এখন ৰিক্সাৰ চকা কেইটা য

উত্তৰঃ তিনিটা (৩)।
ঙ) এটা গৰুৰ নেজ কেইডাল ?

উত্তৰঃ এডাল (১)।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects