জোখ-মাখ | Lesson 8 | Class 5 Maths Solution Assam SCERT | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ৮

জোখ – মাখ        👉Book PDF Download
1. চেণ্টিমিটাৰক মিটাৰত প্ৰকাশ কৰাঃ(a) 560 চে মি= 500 চে মি + 60 চে মি= 5 মি + 0.6 মি= 5.6 মি
(b) 695 চে মি= 600 চে মি + 95 চে মি
= 6 মি + 0.95 মি= 6.95 মি
(c) 1840 চে মি = 1800 চে মি + 40 চে মি= 18 মি + 0.4 মি= 18.4 মি
(d) 2783 চে মি= 2700 চে মি + 83 চে মি= 27 মি + 0.83 মি= 27.83 মি
(e) 36 চে মি= 0.36 মি

2. মিটাৰত প্ৰকাশ কৰাঃ
a) 5 চে মি = 0.05 মি
b) 695 চে মি = 6.95 মি
c) 2783 চে মি = 27.83 মি
d) 1000 চে মি = 10 মি
e) 1840 চে মি = 18.4 মি
f) 36 চে মি = 0.36 মি
g) 200 চে মি = 2 মি
h) 500 চে মি = 5 মি

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top