অনুশীলনী ১২
১। তলত সংখ্যাবোৰৰ মাজত উপযুক্ত চিহ্ন বহুওৱা一
(<,>= )
ক) ৭৮২৩ …… ৮৭২৩ ঘ) ৮৭৭০ ….. ৮৭০৭
খ) ৯৮৯৯ …… ৯৮৯৯ ঙ) ৭৮৩৬ ….. ৮৭৬৩
গ) ১৩৭২ …… ১২৩৭
২। তলত সংখ্যা কেইটাৰ আগত আৰু পাছৰ সংখ্যা তিনিটা লিখা一
ক) ……… , ……… , ……… ১৭০০, ……… , ……… , ……… ।
খ) ……… , ……… , ……… ৪৫৬৪, ……… , ……… , ……… ।
৩। তৃতীয় মানত সৰু অঙ্ক যাদুবৰ্গৰ বিষয়ে জনাছিলা। সদায়েই মনত ৰাখিব লাগে যে, যাদুবৰ্গত একেসংখ্যা দুবাৰ লিখিব নোৱাৰি। তদুপৰি প্ৰতিশাৰী যাদুবৰ্গৰ যোগফলৰ পৰিমাণ ঠিয় শাৰী বা পথালি শাৰী বা কোণীয়াকৈ সদায়েই সমান।
ক)
| ৭ | ১১ | |
| ৮ | ||
| ৫ |
খ)
| ৬ | ৮ | |
| ৩ | ||
| ২ | ৮ |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post