অনুশীলনী ১৩
১। চমুকৈ যোগফল উলিওৱা一
ক) ১ + ২ + ৩ +…..+১২ =
খ) ৫ + ৬ + ৭ +….. +২৫ =
গ) ১০ + ২০ + ৩০ + ৪০ + ৫০ =
ঘ) ১ × ০ + ১ × ০ =
ঙ) ৪ × ৩ = × ২ = ২৪ ÷ ৪ =
২। বিয়োগ ফল লিখা一
ক) ২২ – ০ = ………
খ) ১৮ – ৫ – ৭ =
গ) ৫৫৫ – ৩৩৩ =
ঘ) ১০২০ – ১২০ =
ঙ) (৪০০ + ০) – (২০০ + ০) =
৩। পূৰণ ফল কি হ’ব?
ক) ৪ × ৪৫ =
খ) ৩৭২ × ১০=
গ) ১০ × ১০ × ১০ =
ঘ) ৬৫ × ১০০০ =
ঙ) ৫৭ × ৯৯ =
৪। ভাগফল লিখা一
ক) ৯৯৯৯ ÷ ৫০০ =
খ) ৭৫০০০ ÷ ৫০০ =
গ) ২৫০ ÷ ৫ =
ঘ) ৬৩৬ ÷ ৩ =
ঙ) ৮৮৮ ÷ ৮ =
Type: Priyam Jyoti Patar
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post