অনুশীলনী ১৪
বিঃদ্ৰঃ- প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে পেঞ্চিল, পেন আদি ব্যৱহাৰ কৰিব নোৱাৰিবা। মুখে মুখে উত্তৰ উলিয়াই যথাস্থানত বহুওৱা一
১। (৩×৩) + ৭ =
২। (৪ + ৪) × ৮ =
৩। ২৫০ ÷ ২৫ =
৪। ১০০০ × ৭ =
৫। ৬০ – ৩০ + ১০ + ০ =
৬। (৯ × ৯) – ১ =
৭। ৬৪ ÷ ৮ × ৮ =
৮। (৫ × ৪) + (৫ × ১) =
৯। ১ + ২ + ৩ + ৪ + ৭ =
১০। ১০ + ২০ +৩০ – ৬০ =
১১। ৭ × ১০ ÷ ৭ =
১২। ১ × ০ + ৩ = ১ × ৩ + ০ (শুদ্ধ/অশুদ্ধ)
১৩। (১ × ১০) + (১০ × ১) + ১০ =
১৪। ১৬ – ৪ × ৪ =
১৫। ৫৬ ÷ ৮ × ০ =
১৬। ১৪ ÷ ২ × ৩ =
১৭। (৫ × ৫) + (৫ × ৫) =
১৮। ৪ × ৩ – ২ + ১০ =
১৯। ৯৯ + ১ = ১০০ = ১০ × ১০ =
২০। ৩৯৯৯৯ – ৯ =
২১। ১০৫ ÷ ৭ =
২২। ৫০০ + ৫০+৫=
২৩। ২ + ১০০ + ………… = ১০৭
২৪। (১৩ × ২) + ৪ = ……….. ÷ ১০ = ৩
২৫। ………. – ৮ = ২ = ১৬ ÷ ৮ = ……..
২৬। ৭২ ÷ ৮ = ……… – ১ = ৮
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post