Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 4 অৰ্থনৈতিক উন্নয়ন

১। কিমান চনত প্ৰথমখন মানৱ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল?   (ক) ১৯৯০ চনত (খ) ২০১০ চনত (গ) ১৮৯০ চনত Answer: (ক) ১৯৯০ চনত ২।  ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত কেইটা ধাৰণা সন্নিৱিষ্টি কৰা হৈছে? (ক) দুটা (খ) পাচঁটা (গ) তিনিটা Answer: (গ) তিনিটা ৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত পৰিকল্পানা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছিল?…

Read the full article

Class 10 Social Science MCQs Answer | Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা

১। বিনিময় প্ৰথাৰ কোইটা অসুবিধা মন কৰিবলগীয়া? (ক) দুটা (খ) তিনিটা (গ) চাৰিটা Answer: (গ) চাৰিটা ২।মুদ্ৰাৰ ক্ৰমবিকাশৰ কেইটা পৰ্যায় আছে? (ক) দুটা (খ) পাটা (গ) চাৰিটা Answer: (খ) পাচঁটা ৩। মুদ্ৰাৰ কেইটা বৈশিষ্ট্য মন কৰিবলগীয়া? (ক) তিনিটা (খ) পাছটা (গ) আঠটা Answer: (গ) আঠটা ৪। কি সামগ্ৰিৰ মূল্য় নাথাকে ? (ক) মুক্ত (খ) সক্ৰিয়…

Read the full article

Class 10 Social Science MCQs Answer | Chapter 2 আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য়

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ? (ক) ১৮৩০ চনৰ ৭ অক্টোৱৰত (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ (গ) ১৯৬৭ চনৰ ৬ জানুৱাৰীত Answer: (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ ২। প্ৰথম বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? (ক) ১৯১৪ চনত (খ) ১৮৫৭ চনত (গ) ১৯৪৭ চনত Answer: (ক) ১৯১৪ চনত ৩। দ্বিতীয় বিশবযুদ্ধ কিমান চনত…

Read the full article

Class 10 Social Science MCQs Answer | Chapter 1 ভাৰতীয় গণতন্ত্ৰ

১। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ? (ক) ১৯৬৩ চনৰ জুন মাহত (খ) ১৮৯০ চনৰ জলাই মাহত (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত Answer: (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত ২। কেবিনেট মিছনৰ প্ৰথমখন বৈঠক কিমান চনৰ কি মাহৰ বহিছিল? (ক) ১৯৪৬ চনৰ ডিচেম্বৰ মাহত (খ) ১৬৯০ চনৰ জুন মাহত (গ) ১৯৭৮ চনৰ মাৰ্চ মাহত Answer: (ক)…

Read the full article