Class 10 Social Science MCQs Answer | Chapter 1 ভাৰতীয় গণতন্ত্ৰ

১। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?

(ক) ১৯৬৩ চনৰ জুন মাহত

(খ) ১৮৯০ চনৰ জলাই মাহত

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

Answer: (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

২। কেবিনেট মিছনৰ প্ৰথমখন বৈঠক কিমান চনৰ কি মাহৰ বহিছিল?

(ক) ১৯৪৬ চনৰ ডিচেম্বৰ মাহত

(খ) ১৬৯০ চনৰ জুন মাহত

(গ) ১৯৭৮ চনৰ মাৰ্চ মাহত

Answer: (ক) ১৯৪৬ চনৰ ডিচেম্বৰ মাহত

৩। সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতি কৰিছিল?

(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ

(খ) ড° সচ্ছিদানন্দ

(গ) ড° বি আৰ আম্বেদকাৰ

Answer: (খ) ড° সচ্ছিদানন্দ

৪। সংবিধান সভাই কিমান চনৰ কি মাহত এখন খচৰা কমিটি গঠন কৰিছিল?

(ক) ১৯৮৭ চনৰ মাৰ্চমাহত

(খ) ১৯৪৭ চনৰ আগষ্ট মাহত

(গ) ১৯৬২ চনৰ জুলাইমাহত

Answer: (খ) ১৯৪৭ চনৰ আগষ্ট মাহত

৫। নতুন সংবিধানখন কিমান চনৰ কি মাহত বলৱৎ কৰা হৈছিল?

(ক) ১৮৯০ চনত আগষ্ট মাহত

(খ) ১৯৬৭ চনত মাৰ্চ মাহত

(গ) ১৯৫০ চনত জানুৱাৰী মাহত

Answer: (গ) ১৯৫০ চনত জানুৱাৰী মাহত

৬। সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন কি সংঘ বুলি ঘোষণা কৰা হৈছে ?

(ক) ৰাষ্ট্ৰ সংঘ

(খ) ৰাজ্যসমূহৰ সংঘ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) ৰাজ্যসমূহৰ সংঘ

৭। কিমান চনত ছায়কাৰিয়া আয়োগ গঠন কৰা হৈছিল?

(ক) ১৯৭৮ চনত

(খ) ১৭৮৯ চনত

(গ) ১৯৮৩ চনত

Answer: (গ) ১৯৮৩ চনত

৮। সংসদীয় গণন্ত্ৰ কি?

(ক) শাসন ব্যৱস্থা

(খ) সংসদীয় চৰকাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) শাসন ব্যৱস্থা

৯। ভাৰতবৰ্ষৰ সংসদ কিমানখন সদনেৰে গঠিত?

(ক) পাছখন

(খ) দুখন

(গ) তিনিখন

Answer: (খ) দুখন

১০। সংসদক প্ৰধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাটোক সহজ অৰ্থক কি বুলিব পৰি ?

(ক) সংসদীয় গণতন্ত্ৰ

(খ) যুক্তৰাষ্ট্ৰ

(ঘ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) সংসদীয় গণতন্ত্ৰ

১১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

(ক) আঞ্চলিক দল

(খ) শ্ৰমিক দল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) শ্ৰমিক দল

১২। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?

(ক) ড ̊ বি আৰ আম্বেদকাৰ

(খ) ড ̊ সচিদানন্দ সিংহ

(গ) ড ̊ ৰাজেন্দ্ৰ প্ৰসাদ

Answer: (ক) ড ̊ বি আৰ আম্বেদকাৰ

১৩। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

(ক) ৫৬ তম সংশোধনী ।

(খ) ৪২ তম সংশোধনী ।

(গ) ৪৫ তম সংশোধনী ।

Answer: (খ) ৪২ তম সংশোধনী ।

১৪। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?

(ক) Foedus শব্দৰ পৰা আহিছে ।

(খ) Federation শব্দৰ পৰা আহিছে।

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) Foedus শব্দৰ পৰা আহিছে ।

১৫। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয়

(ক) ভাৰত

(খ) চীন

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ

Answer: (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ

১৬। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

(ক) আছে

(খ) নাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) নাই

১৭। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?

(ক) ইংলেণ্ডৰ সংবিধানৰ পৰা

(খ) ভাৰত সংবিধানৰ পৰা

(গ) চীন সংবিধানৰ পৰা

Answer: (ক) ইংলেণ্ডৰ সংবিধানৰ পৰা

১৮। প্ৰায় কিমান বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধান খচৰা প্ৰস্তুত কৰিছিল?

(ক) পাচঁ বছৰ

(খ) তিনি বছৰ

(গ) দুই বছৰ

Answer: (খ) তিনি বছৰ

১৯। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে কিমান চনত সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে?

(ক) ১৯৬৪ চনত

(খ) ১৮৫৬ চনত

(গ) ১৯৭৬ চনত

Answer: (গ) ১৯৭৬ চনত

২০। কিমান চনত নেহৰুৱে সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল?

(ক) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে

(খ) ১৯৭৮ চনৰ ১৩ মাৰ্চ তাৰিখে

(গ) ১৮৬৭ চনৰ ১৭ মে তৰিখে

Answer: (ক) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে