Class 10 Social Science MCQs Answer | Chapter 2 আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য়

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

(ক) ১৮৩০ চনৰ ৭ অক্টোৱৰত

(খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ

(গ) ১৯৬৭ চনৰ ৬ জানুৱাৰীত

Answer: (খ) ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ

২। প্ৰথম বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৯১৪ চনত

(খ) ১৮৫৭ চনত

(গ) ১৯৪৭ চনত

Answer: (ক) ১৯১৪ চনত

৩। দ্বিতীয় বিশবযুদ্ধ কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৯৭৭ চনত

(খ) ১৯৬৭ চনত

(গ) ১৯৩৯ চনত

Answer: (গ) ১৯৩৯ চনত

৪। ৰাষ্ট্ৰসংঘ শীৰ্ষক অনুষ্ঠানটোৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৭৮ চনৰ ২৪ জুন তাৰিখে

(খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে

(গ) ১৮৬৭ চনৰ ১৪ মাৰ্চ তাৰিখে

Answer: (খ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে

৫। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমান টা অনুচ্ছেদ আছে?

(ক) ১২৩ টা

(খ) ১৮৯ টা

(গ) ১১১ টা

Answer: (গ) ১১১ টা

৬। সাধাৰণ সভা অধিৱেশন বছৰেকত কেইবাৰকৈ বহে?

(ক) এবাৰকৈ

(খ) দুবাৰকৈ

(গ) তিনিবাৰকৈ

Answer: (ক) এবাৰকৈ

৭। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য কিমান জন আছিল?

(ক) সাতজন

(খ) তিনিজন

(গ) পাঁচজন

Answer: (গ) পাঁচজন

৮। ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক পৰিষদৰ সদস্য সংখ্যা কিমান জন আছিল?

(ক) বাৰজন

(খ) ওঠৰজন

(গ) তিনিজন

Answer: (খ) ওঠৰজন

৯। ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদত  ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা হৈছে?

(ক) ১৮নং

(খ) ২৮নং

(গ) ৭৬ নং

Answer: (গ) ৭৬ নং

১০। ন্যাসৰক্ষী পৰিষদ কিমান ধৰণৰ সদস্যৰে গঠিত?

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) চাৰি ধৰণৰ

Answer: (খ) তিনি ধৰণৰ

১১। UNESCO সম্পূণ অৰ্থ কি?

(ক) United Nations Education Scientific Comission Organization

(খ) United Nations Education Scientific Cultural Organization

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) United Nations Education Scientific Cultural Organization

১২। নিৰস্ত্ৰীকৰণ আয়োগটো ৰাষ্ট্ৰসংঘই কিমান চনত গঠন কৰিছিল?

(ক) ১৮৯৭ চনৰ মে মাহত

(খ) ১৯৮৯ চনৰ জুন মাহত

(গ) ১৯৫২ চনৰ জানুৱাৰী মাহত

Answer: (গ) ১৯৫২ চনৰ জানুৱাৰী মাহত

১৩। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা হৈছিল?

(ক) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী

(খ) ১৮৭৯ চনৰ ১০ জুলাই

(গ) ১৯৮৯ চনৰ ২৭ মাৰ্চ

Answer: (ক) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী

১৪। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল?

(ক) ১৯৯০ চনৰ ১২ অক্টোবৰ

(খ) ১৯৯৩ চনৰ ১২ অক্টোবৰ

(গ) ১৯৬৭ চনৰ ২৩ জুলাই

Answer: (খ) ১৯৯৩ চনৰ ১২ অক্টোবৰ

১৫। ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়?

(ক) ২৮ মে

(খ) ২৭ জুলাই

(গ) ২৪ অক্টোবৰ

Answer: (গ) ২৪ অক্টোবৰ

১৬। ৰাষ্ট্ৰসংঘৰ প্ৰধন অংগ কিইটা?

(ক) পাচঁটা

(খ) দুটা

(গ) ছটা

Answer: (গ) ছটা

১৭। ১৯৯০ চনত স্থায়ী সংগঠনটো সদস্য সংখ্যা কিমান জন বৃদ্ধি কৰা হৈছিল?

(ক) ৩৪ জন

(খ) ৫৩ জন

(গ) ৫৬ জন

Answer: (খ) ৫৩ জন

১৮। স্থায়ী সংগঠনটো জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা কিমান জন আছিল?

(ক) ১৮জন

(খ) ২২জন

(গ) ২৩জন

Answer: (ক) ১৮জন

১৯। সচিবপ্ৰধানৰ কাৰ্যকাল কিমান বছৰ?

(ক) দুই বছৰ

(খ) তিনি বছৰ

(গ) পাচঁ বছৰ

Answer: (গ) পাচঁ বছৰ

২০। ILO সম্পূণ অৰ্থ কি?

(ক) International Labor Organization

(খ) India Labor Organization

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) International Labor Organization