Class 12 History Book Chapter 5 (Part 2) | অধ্যায় ৫ | পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ | MCQs Short Question And Answer|

Chapter 5

পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ

১. বৰ্তমানৰ উজবেকিস্তানৰ খাৰিজমতত কিমান চনত আৰ্ল বেৰুণীৰ জন্ম হৈছিল ?

(ক) ৯৪৫

(খ) ৯৭৩

(গ) ৯৮৮

উত্তৰঃ (খ) ৯৭৩

২. চুলতান মাহমুদে কিমান চনত খাৰিজম আক্ৰমণ কৰিছিল ?

(ক) ১২০৭

(খ) ১০১৩

(গ) ১০১৭

উত্তৰঃ (গ) ১০১৭

৩. চুলতান মাহমুদে খাৰিজাম আক্ৰমণ কৰা পিছত ভালেমান পণ্ডিত আৰু কবি সাহিত্যিকক তেওঁৰ ৰাজধানী গজনীতলৈ  লৈ গৈছিল তাৰ ভিতৰত এজন আছিল ?

(ক) ইৱন বটুটা

(খ) ফ্ৰাছোৱা বাৰ্ণিয়াৰ

(গ) আল্ বেৰুণী

উত্তৰঃ (গ) আল্ বেৰুণী

৪. আৰবী ভাষাত ৰচিত আল্ বেৰুণীৰ সৰল আৰু সহজবোধ্য় গ্ৰন্থখনৰ নাম কি ?

(ক) কিতাব-উল-হিন্দ

(খ) পতঞ্জলীৰ ব্য়াকৰণ

(গ) ইউক্লিডৰ লিখনি

উত্তৰঃ (ক) কিতাব-উল-হিন্দ

৫. আৰৱসকলে পাৰ্চীসকলক অনুসৰণ কৰি সেই অঞ্চলটোক আৰু তাৰ বাসিন্দাসকলক কি বুলি কৈছিল ?

(ক) হিন্দুস্থান আৰু অসমীয়া

(খ) অল্-হিন্দ আৰু হিন্দী

(গ) গুজৰাট আৰু গুজৰাটী

উত্তৰঃ (খ) অল্-হিন্দ আৰু হিন্দী

৬. আৰবী ভাষাত ৰচিত ইব্ন বটুটাৰ ভ্ৰমণ কাহিনীখনক কি বোলা হয় ?

(ক) কিতাব-উল-হিন্দ

(খ) দৌলতাবাদ

(গ) ৰিহলা

উত্তৰঃ (গ) ৰিহলা

৭. মৰক্কোৰ টাঞ্জিয়াৰ এটি অতি সভ্ৰান্ত আৰু শিক্ষিত পৰিয়ালত কোনজন ভ্ৰমণকাৰী জন্ম হৈছিল ?

(ক) ফ্ৰাছোৱা বাৰ্ণিয়াৰ

(খ) আল্ বেৰুণী

(গ) ইৱন বটুটাৰ

উত্তৰঃ (গ) ইৱন বটুটাৰ

৮. ইবল বটুটাৰে স্থলভাগেৰে মধ্য এছিয়াৰে আহি কিমান চনত তেওঁ সিন্ধুত উপস্থিত হৈছিল ?  

(ক) ১৩২৭

(খ) ১৩১৬

(গ) ১৩৩৩

উত্তৰঃ (গ) ১৩৩৩

৯. ইব্ন বটুটাৰে কিমান চনত নিজ গৃহভূমিলৈ প্ৰত্যাবৰ্তনৰ সিদ্ধান্ত লৈছিল ?

(ক) ১৩৩০

(খ) ১৩৪৭

(গ) ১৩৩৭

উত্তৰঃ (খ) ১৩৪৭

১০. ইব্ন বটুটাৰে কিমান শতিকাত ভ্ৰমণ কৰিছিল ?

(ক) চতুৰ্দশ শতিকাত

(খ) ত্ৰয়োৰ্দশ শতিকাত

(গ) একাৰ্দশ শতিকাত

উত্তৰঃ (ক) চতুৰ্দশ শতিকাত

১১. কিমান শতিকাত ভ্ৰমণ কৰাতো দুসাধ্য় কষ্টকৰ আৰু বিপদসংকুল আছিল ?

(ক) সপ্তৰ্দশ শতিকাত

(খ) ষষ্ঠৰ্দশ শতিকাত

(গ) চতুৰ্দশ শতিকাত

উত্তৰঃ (গ) চতুৰ্দশ শতিকাত

১২. কোনজন ভ্ৰমণকাৰী কিছুদিনৰ বাবে সন্যাসী হৈ পৰিছিল ?

(ক) শ্বেইখ আলি হাজিন

(খ) মাহমুদ বালখী

(গ) আবদুৰ ৰেজ্জাক সমখণ্ডীয়ে

উত্তৰঃ (খ) মাহমুদ বালখী

১৩. কিমান চনৰ আশে-পাশে পৰ্টূগিজসকল ভাৰতবৰ্ষলৈ আহি পাইছিল ?

(ক) ১৩০০

(খ) ১১০০

(গ) ১৫০০

উত্তৰঃ (গ) ১৫০০

১৪. ফ্ৰাঁছোৱা বাৰ্ণিয়াৰ কিমান বছৰ কাল ভাৰতবৰ্ষত কটাইছিল ?

(ক) বাৰ বছৰ

(খ) দহ বছৰ

(গ) এঘাৰ বছৰ

উত্তৰঃ (ক) বাৰ বছৰ

১৫. ইব্ন বটুটাৰ মতে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বৃহত আৰু জনসংখ্য়া বিশাল নগৰখনৰ নাম কি ?

(ক) গুৱাহাটী

(খ) দিল্লী

(গ) কলিকতা

উত্তৰঃ (খ) দিল্লী

১৬. ভাৰতবৰ্ষৰ ডাক ব্যৱস্থা কেই প্ৰকাৰৰ ?

(ক) এক

(খ) দুই

(গ) তিনি

উত্তৰঃ (খ) দুই

১৭. আবুল ফজল আকবৰৰ ৰাজত্ব কালত কি আছিল ?

(ক) বুৰঞ্জীকাৰ

(খ) গীতিকাৰ

(গ) লেখিকাৰ

উত্তৰঃ (ক) বুৰঞ্জীকাৰ

১৮. সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক নগৰত বাস কৰিছিল ?

(ক) ১২ শতাংশ

(খ) ১৫ শতাংশ

(গ) ১৭ শতাংশ

উত্তৰঃ (খ) ১৫ শতাংশ

১৯. পশ্চিম ভাৰতত উক্ত গোটবিলাকৰ মহাজন আৰু তাৰ প্ৰধানজনক কি বোলা হয় ?

(ক) হকিম

(খ) শেঠ

(গ) সভাপতি

উত্তৰঃ (খ) শেঠ

২০. আল্ বেৰুণীৰ মতে উচ্চ বৰ্ণটো কি আছিল ?

(ক) ব্ৰাহ্মণ

(খ) বৈশ্য়

(গ) ক্ষত্ৰিয়

উত্তৰঃ (ক) ব্ৰাহ্মণ