Class 3 Social Science Chapter 11 MCQ’s Sankardev School | যোগাযোগ আৰু যাতায়ত ব্যৱস্থা | Class 3 Social Science Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-11

যোগাযোগ আৰু যাতায়ত ব্যৱস্থা

১)   এঠাইৰ খা – খবৰবোৰ আন ঠাইলৈ পঠিয়াব পৰা ব্যৱস্থটোক কি বোলা হয় ?  

ক) যোগাযোগ ব্যৱস্থা

খ) যাতায়ত ব্যৱস্থা

গ) ইণ্টাৰনেট ব্যৱস্থা

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) যোগাযোগ ব্যৱস্থা।

২) পৃথিৱীখন এখন কিহৰ দৰে হৈ গৈছে গৈ ? 

ক) এখন ৰাজ্যৰ দৰে

খ) এখন গাওঁৰ দৰে

গ) এখন জিলাৰ দৰে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) এখন গাওঁৰ দৰে।

৩) কিহৰ জৰিয়তে দেশ – বিদেশৰ মানুহৰ লগত পোনপটীয়া কথা পাতিব পাৰি ?

ক) ডাকসেৱাৰ জৰিয়তে

খ) টেলিফোনৰ জৰিয়তে

গ) ইণ্টাৰনেটৰ জৰিয়তে

ঘ) বাতৰি -কাকতৰ জৰিয়তে

উত্তৰঃ খ) টেলিফোনৰ জৰিয়তে।

৪) ম’বাইল  ফোনৰ অত্যাধিক ব্য়ৱহাৰে শৰীৰৰ কি হব পাৰে? 

ক) বিকাশ কৰিব পাৰে

খ) ক্ষতি কৰিব পাৰে

গ) বৃদ্ধি কৰিব পাৰে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ক্ষতি কৰিব পাৰে।

৫) বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় যোগযোগ ব্যৱস্থাটো কি? 

ক) ফেক্স ব্য়ৱস্থা

খ) অনাতাঁৰ ব্যৱস্থা

গ) বাতৰি – কাকত ব্যৱস্থা

ঘ) ইণ্টাৰনেট ব্যৱস্থা

উত্তৰঃ গ) বাতৰি – কাকত ব্যৱস্থা।

৬) আমাৰ সমাজখন , দেশখন , পৃথিৱীখন , আনকি বিশ্বৰ সকলে খবৰ কত ছপা কৰা হয় ? 

ক) ইণ্টাৰনেটত ছপা কৰা হয়

খ) বাতৰি – কাকতত ছপা কৰা হয়

গ) টেলিভিজনত চপা কৰা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বাতৰি – কাকতত ছপা কৰা হয়।

৭) অতি কম সময়তে চিঠি বা দৰকাৰী কাগজ – পএৰ হুবহু প্ৰতিলিপি কি যন্ত্ৰৰ সহায়ত পঠিয়াব পাৰি ?

ক) ফেক্স ৰ সহায়ত

খ) দূৰদৰ্শন ৰ সহায়ত

গ) ইণ্টাৰনেটৰ সহায়ত

ঘ) অনাতাঁৰ সহায়ত

উত্তৰঃ ক) ফেক্স ৰ সহায়ত।

৮)  ইণ্টাৰনেটক আধুনিক যুগৰ কি বুলি কোৱা হয় ? 

ক) যাতায়ত বুলি কোৱা হয়

খ) পুথিভঁৰাল বুলি কোৱা হয়

ঘ) অনাতাঁৰ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পুথিভঁৰাল বুলি কোৱা হয়

৯) অসমত কেইপ্ৰকাৰৰ যাতায়ত ব্যৱস্থা আছে ? 

ক) দুই প্ৰকাৰৰ

খ) তিনি প্ৰকাৰৰ

গ) চাৰি প্ৰকাৰৰ

ঘ) পাচঁ প্ৰকাৰৰৰ

উত্তৰঃ গ) চাৰি প্ৰকাৰৰ।

১০) বিভিন্ন অঞ্চলৰ সৰু বৰ আলি কি হৰ অন্তৰ্গত ? 

ক) পঞ্চায়তৰ অন্তৰ্গত

খ) জিলাৰ অন্তৰ্গত

গ) কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পঞ্চায়তৰ অন্তৰ্গত।

Type By- Subhas Nath