Class 3 Social Science Chapter 8.19 MCQ’s Sankardev School | ১৯) মাজুলী জিলা | Class 3 Social Science Chapter 8.19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.19

মাজুলী জিলা

১। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ক’ত আছে?

(ক) মৰিগাঁও।

(খ) মাজুলি।

(গ) গুৱাহাতী।

উত্তৰ- (খ) মাজুলি।

২। মাজুলি জিলা চাৰিসীমাত কি কি জিলা আছে?

(ক) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।

(খ) মৰিগাঁও, গোৱালপাৰা, ধেমাজি ইত্যাদি।

(গ) মৰিগাঁও, গোৱালপাৰা, যোৰহাট ইত্যাদি।

উত্তৰ- (ক) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।

৩। মাজুলি জিলা সদৰ ঠাই কি ?

(ক) মাজুলি ।

(খ) গড়মূৰ।

(গ) গোৱালপাৰা।

উত্তৰ- (খ) গড়মূৰ।

৪। মাজুলি জিলা মাটিকালি কিমান?

(ক) ৫৫৯ বৰ্গ কিঃ মিঃ।

(খ) ৮৮০ বৰ্গ কিঃ মিঃ।

(গ) ৮৮৬ বৰ্গ কিঃ মিঃ।

উত্তৰ- (খ) ৮৮০ বৰ্গ কিঃ মিঃ। .

৫। মাজুলি জিলা জনসংখ্যা কিমান?

(ক) ১, ৬৭,৩০৮।

(খ) ৩,৯৮,৭৮৮।

(গ) ১,৯৮,৭৮৯।

উত্তৰ- (ক) ১, ৬৭,৩০৮।

৬। মাজুলি জিলা প্ৰধান উপনৈ কি কি?

(ক) জাঁজী, দিচৈ, ভোগদৈ।

(খ) মেলেং, কাকডোঙা ,দিচৈ।

(গ) সোৱণসিৰি , টুনি ইত্যাদি।

উত্তৰ- (গ) সোৱণসিৰি , টুনি ইত্যাদি।

Type by- Bikul Mandal