অশোকে নিজে গ্ৰহণ কৰা নাম বা উপাধি দুটা কি কি ?

উত্তৰঃ- অশোকে নিজে গ্ৰহণ কৰা নাম বা উপাধি দুটা হ’ল- দেৱনামপিয়া আৰু পিয়াদাশী ।