তৃতীয় অধ্যায়
জনসংখ্যাৰ সংৰচনা
অনুশীলনীঃ
(১) লিংগ অনুপাত কি ? ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয়।
উত্তৰঃ
(২) জনসংখ্যা গঠন মানে কি ?
উত্তৰঃ
(৩) কৰ্মঠ জনসংখ্যা কি ?
উত্তৰঃ
(৪) বয়স্ক জনসংখ্যা কি ?
উত্তৰঃ
(৫) পৃথিৱীৰ কোনখন দেশৰ সৰ্বাধিক লিংগ অনুপাত আছে ?
উত্তৰঃ
(৬) লিংগ অনুপাত নিম্ন হোৱা কেইখনমান দেশৰ নাম ?
উত্তৰঃ
(৭) পৃথিৱীৰ কোনখন দেশৰ একেবাৰে নিম্ন লিংগ অনুপাত দেখা যায় ?
উত্তৰঃ
(৮) ভাৰতবৰ্ষত কিমান বয়সৰ জনসংখ্যা শিক্ষিত বুলি ধৰা হয় ?
উত্তৰঃ
(৯) গ্ৰাম্য আৰু নগৰৰ সংৰচনাৰ মাজত পাথৰ্ক্যবোৰ কি কি ?
উত্তৰঃ
(১০) নিম্ন লিংগ অনুপাত হোৱাৰ কাৰণবোৰ কি কি ?
উত্তৰঃ
(১১) উন্নয়নশীল দেশসমূহৰ মহিলাৰ জনসংখ্যা কম হোৱাৰ কাৰণ কি ?
উত্তৰঃ
(১২) মানুহৰ বৃত্তীয় গাঁঠনিৰ বিষয়ে লিখা ?
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post