Chapter 26
অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব
(১) গ্ৰাম্য় বসতি এলেকাবোৰৰ উপৰিও সমগ্ৰ অসমত সৰ্বমুঠ কেইটা পৌৰ এলেকা সিঁচৰিত হৈ আছে ?
উত্তৰঃ
(২) ২০১১ চনৰ অনুসৰি সমগ্ৰ ভাৰতৰ কিমান শতাংশ লোক পৌৰ অঞ্চলৰ বাসিন্দা ?
উত্তৰঃ
(৩) অসমৰ মুঠ অধিবাসীৰ কিমান শতাংশ লোক নগৰ এলেকাৰ বাসিন্দা ?
উত্তৰঃ
(৪) অসমত বৰ্তমান কিমান খন গাঁও আৰু নগৰ আছে ?
উত্তৰঃ
(৫) ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সূত্ৰ অনুসৰি অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান ?
উত্তৰঃ
(৬) অসমৰ কোন কোন জিলাত ভালেমান ডাঙৰ গাঁও পোৱা যায় ?
উত্তৰঃ
(৭) অসমত মুঠতে কেই প্ৰকাৰৰ গ্ৰাম্য বসতি পোৱা যায় আৰু কি কি ?
উত্তৰঃ
(৮) কৃষি, কুটীৰ-শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত দ্বিতীয়টো শ্ৰেণীৰ গাঁও সমূহৰ নাম কি ?
উত্তৰঃ
(৯) জনগণনা চহৰ কাক বোলে ?
উত্তৰঃ
(১০) জনগণনা ভিত্তিক নগৰসমূহৰ মুঠ অধিবাসীৰ সংখ্যা কিমান জন ?
উত্তৰঃ
(১১) অসমত প্ৰকৃততে পৌৰ প্ৰশাসনৰ অধীনস্থ পূৰ্ণ পৰ্যায়ৰ নগৰ কিমান খন আৰু নগৰৰ মুঠ বাসিন্দা কিমান ?
উত্তৰঃ
(১২) ১৮৭২ চনত সম্পাদন কৰা ভাৰতৰ প্ৰথমটো জনগণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ
(১৩) ১৯১১-২১ চনত অসমৰ জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল ?
উত্তৰঃ
(১৪) ২০০১-২০১১ চনত দশকত ৰাজ্যৰ ১৪ খন জিলাত জনসংখ্যা বৃদ্ধি হাৰ কিমান শতাংশ ?
উত্তৰঃ
(১৫) ২০১১ চনৰ গণনা অনুসৰি অসমত প্ৰতি বৰ্গকিলোমিটাৰ সামগ্ৰিক ভাৱে কিমান জন লোকৰ বসতি আছে ?
উত্তৰঃ
(১৬) অসমৰ দুখন পাৰ্বত্য জিলাৰ নাম লিখা ?
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post