Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 English Chapter 2 Answer The Quarrel

The Quarrel


Answer the following questions:

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:


i) Who is the poet of the poem “The Quarrel”?

i) “কাজিয়া” কবিতাটোৰ কবি কোন?

Answer: Eleanor Farjeon is the poet of the poem.

উত্তৰঃ এলিন’ৰ ফাৰ্জিয়ন কবিতাটোৰ কবি।


ii) Whom did the sister quarrel with?

ii) ভনীয়েকে কাৰ লগত কাজিয়া কৰিছিল?

Answer: The sister quarrelled with her brother.

উত্তৰঃ ভনীয়েকে তাইৰ ভায়েকৰ লগত কাজিয়া কৰিছিল।


iii) What was the reason for the quarrel?

iii) কাজিয়াৰ কাৰণ কি আছিল?

Answer: The reason for the quarrel was unknown.

উত্তৰঃ কাজিয়াৰ কাৰণ জানিব পৰা হোৱা নাছিল।


iv) What did the brother say at first?

iv) ভাতৃয়ে প্ৰথমে কি কৈছিল?

Answer: At first, the brother said that he was right.

উত্তৰঃ ভায়েকে প্ৰথমে কৈছিল যে তেওঁ ঠিকেই কৈছে।


v) Why did the brother say that the afternoon turned black?

v) ককায়েকে কিয় কৈছিল যে দুপৰীয়াটো ক’লা হৈ গ’ল?

Answer: As they quarrelled with each other, the afternoon became gloomy and darker than ever. So, the brother said that the afternoon had turned black.

উত্তৰঃ ইজনে সিজনৰ লগত কাজিয়া কৰি থাকোঁতে দুপৰীয়াটো ম্লান আৰু আগতকৈ অধিক আন্ধাৰ হৈ পৰিছিল। সেয়েহে ভায়েকে দুপৰীয়াটো ক’লা হৈ যোৱা বুলি কৈছিল।


vi) How did the quarrel come to an end?

vi) কাজিয়াৰ অন্ত কেনেকৈ পৰিল?

Answer: Suddenly, the brother decided to make up with his sister. He went up to her and patted her on the back. In this way, the quarrel came to an end.

উত্তৰঃ হঠাতে ভায়েকে ভনীয়েকৰ সৈতে মিলি যোৱাৰ সিদ্ধান্ত ল’লে। সি তাইৰ ওচৰলৈ গৈ পিঠিত মৰমেৰে থপৰিয়াই দিলে। এইদৰে কাজিয়াৰ অন্ত পৰিল।


vii) Find out some rhyming words from the poem.

উত্তৰঃ কবিতাটোৰ পৰা কিছুমান ছন্দ মিলা শব্দ হ’ল—

  1. Brother – Another

  2. About – Out

  3. Slight – Right

  4. Strong – Wrong

  5. Black – Back

  6. Along – Wrong

  7. Night – Right

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership