অনুশীলনীঃ
১। শংকৰদেৱে বৰদোৱা কিয় এৰিব লগা হৈছিল? শংকৰদেৱৰ অজ্ঞাতে ভৃঞাসকলে কৰা কামটো কি আছিল?
উত্তৰঃ- শংকৰদেৱৰ অজানিতে এইদৰে কছাৰীসকলক বধ কৰাৰ বাবে ভুঞাসকলক তেওঁ দোষাৰোপ কৰিলে। এই কাৰণতেই শংকৰদেৱ বৰদোৱা এৰিব লগা হৈছিল। শংকৰদেৱৰ অজ্ঞাতে ভুঞাসকলে বুদ্ধি কৰি কছাৰীসকলক ভোজ খাবলৈ মাতি আনি কিছুমানক মাৰি পেলালে আৰু কিছুমান পলাই সাৰিল।
Question Type : Sumit Patar
Answer Type : Himanku Bora
Post ID : DABP006633
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post