SVN Class 3 Niti Mallika Chapter 6 শিৱাজীৰ দেশভক্তি Question Answer 2026 |

শিৱাজীৰ দেশভক্তি

আৰ্হি প্ৰশ্নঃ

(ক) বীৰ শিৱাজীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ বীৰ শিৱাজীৰ জন্ম ১৬৩০ চনৰ শিনেৰী নামৰ ঠাইত।

(খ) শিৱাজীৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ শিৱাজীৰ পিতৃ নাম শাহজী আৰু মাতৃৰ নাম জীজাবাঈ আছিল।

(গ) শিৱাজীয়ে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰঃ শিৱাজীয়ে কৰ্ণাটকৰ দাদাজী কোন্দদেৱৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।

(ঘ) ঔৰংগজেৱে শিৱাজীক কেনেকৈ বন্দী কৰিছিল?

উত্তৰঃ ঔৰংগজেৱে বহু ভাৱি-চিন্তি শিৱাজীক তেওঁৰ ৰাজসভালৈ মাতি পঠিয়ালে। পুতেক সম্ভুজীক লগত লৈ শিৱাজী আহিল। কিন্তু মোগল সম্ৰাটে তেওঁক যথোপযুক্ত সন্মান নেদেখুৱালে। এই কথাত শিৱাজীৰ খং উঠাত ঔংৰংগজেৱে তেওঁক বন্দীশালত বন্দী কৰিলে। এনেদৰে শিৱীজীক ঔৰংগজেৱে বন্দী কৰিলে।

(ঙ) ছত্ৰপতি শিৱাজীৰ দেশভক্তিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ছত্ৰপতি শিৱাজীৰে মুছলমানক ৰজাক মূৰ দোঁৱাব লগাত হোৱাত তেওঁৰ মনট বিদ্ৰোহী ভাৱ জাগৰণ হৈছিল। ডাঙৰ হৈ শিৱাজীয়ে ভাৰতবৰ্ষত হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰা পৰিকল্পনা কৰিলে। বহুসংখ্যক যুৱকৰ মন জয় কৰি তেওঁ এটা দল গঠন কৰিলে আৰু ‘দোল’ নামৰ দুৰ্গ এটি দখল কৰি তাত পতাক উৰুৱালে। এনেদৰে বহু চেষ্ঠা ফলত শিৱাজীয়ে মাৰঠী ৰাজ্যত হিন্দুৰাজ্য স্থাপন কৰিলে। এই আছিল শিৱাজীৰ দেশভক্তি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top