SCERT Class 2 Assamese Chapter 9 Answer 2026 | যাতায়াত আৰু যোগাযোগ | Chapter 9 | Class 2 Assamese Book Question Answer SCERT | যাতায়াত আৰু যোগাযোগ Chapter 9 Question Answer Solution For Assam |

Chapter 9 –

যাতায়াত আৰু যোগাযোগযান-বাহন

প্ৰশ্ন আৰু উত্তৰ

(ক) দুচকীয়া বাহনৰ নাম কোৱা।

উত্তৰ: চাইকেল।

(খ) কিহৰ ওপৰেৰে ৰে’লগাড়ীবোৰ চলাচল কৰে?উত্তৰ: লোৰ ওপৰেৰে।

(গ) কোনবোৰ বাহন বায়ুপথেৰে যায়?উত্তৰ: উৰাজাহাজ।

(ঘ) কোনবোৰ বাহনে পানীত চলাচল কৰে?

উত্তৰ: নাও, জাহাজ, ফেৰী।

(ঙ) যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন?

উত্তৰ: তেতিয়া মানুহে খোজকাঢ়ি বা গৰুগাড়ী, ঘোঁৰাগাড়ীৰে যাতায়াত কৰিলেহেঁতেন।

(চ) এখন তিনিচকীয়া বাহনৰ নাম কোৱা।

উত্তৰ: ৰিক্সা বা অট’ৰিক্সা।

উত্তৰ লিখোঁ আহা – লিখিত উত্তৰ

(ক) চাইকেল কেনেদৰে চলায় লিখা।উত্তৰ: চাইকেলত মানুহে চিটত বহে আৰু ভৰিৰে পেডেল মাৰি চাইকেল চলায়।

(খ) পানীত চলা যান-বাহন দুখনৰ নাম লিখা।

উত্তৰ: নাও আৰু জাহাজ।

(গ) তুমি উঠি ভালপোৱা কেইবিধমান বাহনৰ নাম লিখা।উত্তৰ: মই উঠি ভালপাওঁ – ৰে’লগাড়ী, উৰাজাহাজ, চাইকেল আৰু অট’ৰিক্সা।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

(ছ) ৰে’লগাড়ীত কি কি থাকে?

উত্তৰ: ৰে’লগাড়ীত বহুতো দবা আৰু চকা থাকে।

(জ) জাহাজ ৰখা ঠাইক কি বুলি কয়?

উত্তৰ: জাহাজ ৰখা ঠাইক জাহাজঘাট বা বন্দৰ বুলি কয়।

(ঝ) আজিকালি ৰে’লগাড়ী কেনেদৰে চলে?

উত্তৰ: আজিকালি ৰে’লগাড়ী বিদ্যুতৰ সহায়ত চলে।
 উকি মাৰি ৰে’ল চলে
লিখোঁ আহা – প্ৰশ্ন আৰু উত্তৰ(ক) ৰে’লগাড়ী কেনেকৈ চলে?উত্তৰ: ৰে’লগাড়ী উকি মাৰি ঝক্ ঝক্‌ শব্দ কৰি চলে।
(খ) মইনা ক’লৈ যাবলৈ ৰৈ আছিল?উত্তৰ: মইনা ধুবুৰীলৈ যাব বুলি ৰৈ আছিল।
(গ) আলিবাটত কি কি চলে?উত্তৰ: আলিবাটত মটৰ, অট’, চাইকেল আৰু বাছ চলে।
(ঘ) আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি কি দেখা পাওঁ?উত্তৰ: নদ-নদী, খাল-বিলত আমি জাহাজ আৰু নাও দেখা পাওঁ।
(ঙ) তোমালোকে ৰে’ল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? কি কি দেখা পোৱা বাৰু?উত্তৰ (উদাহৰণস্বৰূপ): হয়, মই ৰে’লগাড়ীৰ খিৰিকীৰে পাহাৰ, খেতি-পথাৰ, গাঁওঘৰ, গৰু-বাছ আদিও দেখা পাওঁ।
 অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Questions & Answers)(চ) উৰাজাহাজ ক’ত উৰে?উত্তৰ: উৰাজাহাজ আকাশত উৰে।
(জ) উৰাজাহাজ কি দৰে উৰে?উত্তৰ: উৰাজাহাজ চৰাইৰ দৰে উৰে।
(ঝ) খিৰিকীৰে আমি কি দেখা পায়?উত্তৰ: খিৰিকীৰে আমি উৰা মেঘ দেখা পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top