AJB Class 8 New Science 2 Chapter 17 Answer 2026 | নিশাৰ আকাশ আৰু সৌৰজগত | অধ্যায়১৭ | Night Sky And Solar System | Chapter 17 | Question Answer Assam | Class 8 Science 2 Notes And Suggestion

Chapter 17

নিশাৰ আকাশ আৰু সৌৰজগত

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) উজ্জ্বলতাৰ দিশৰ পৰা আকাশত দেখা তৰাবোৰক কেইটা ভাগত ভগাব পাৰি?

a) তিনিটা              b) পাঁচটা                    c) সাতটা                        d) ছয়টা

উত্তৰঃ  d) ছয়টা

ii) জ্যোতিৰ্বিজ্ঞানীসকলে আকাশৰ তৰাবোৰক কিমানটা নক্ষত্ৰমণ্ডলত ভগাইছে?

a) বাৰটা                       b) বিছটা                       c) সাতাইছটা              d) আঠাশীটা

উত্তৰঃ d) আঠাশীটা

iii) সৌৰজগতৰ গ্ৰহৰ সংখ্যা

a)5                         b) 10                             c) 8                  d) 9

উত্তৰঃ  c) 8    

iv) সূৰ্য্যৰ ওচৰতে থকা গ্ৰহটোৰ নাম

a) বুধ                            b) পৃথিৱী                          c) শুক্ৰ                    d) চন্দ্ৰ

উত্তৰঃ a) বুধ     

v) চন্দ্ৰই পৃথিৱীৰ চৌপাশে এপাক ঘূৰিবলৈ কিমান দিন লয়?

a)30                           b) 7                             c) 27.5                       d) 27.3

উত্তৰঃ    d) 27.3

vi) অমাৱস্যাৰ পৰা অমাৱস্যালৈ মুঠতে কিমান দিন অতিবাহিত হয়?

a) 30                              b) 29                        c) 29.5                     d) 27.3 

উত্তৰঃa)30

2. চমু উত্তৰ দিয়া :

a) দিগন্ত কাক বোলে?

উত্তৰঃ যিটো কাল্পনিক বৃত্তাকাৰ ৰেখাত আকাশখনে মাটি চুই থকা যেন লাগে সেই ৰেখাটোকে দিগন্ত বোলে।

b) নভো-গোলক কি?

উত্তৰঃ দুটা অৰ্ধ গোলক লগলাগি নভোগোলক সৃষ্টি হয়।

c) কি কাৰণে তৰাবোৰে প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয়?

উত্তৰঃ পৃথিৱীখনৰ প্ৰায় বৃত্তাকাৰ পথেৰে সৃৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকাৰ বাবে তৰাবোৰে প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয়।

d) পাঁচটা নক্ষত্ৰমণ্ডলৰ নাম লিখা।

উত্তৰঃ মিথুন, কৰ্কট,সিংহ,কন্যা,তুলা।

f) আকাশৰ পাঁচটা উজ্জ্বল নক্ষত্ৰৰ নাম লিখা।

উত্তৰঃ সূৰ্য্য, 

g) ধ্ৰুৱতৰাটো কেনেদৰে আকাশত চিনাক্ত কৰিব পাৰি ছবি আঁকি দেখুওৱা।

উত্তৰঃ 

h) সপ্তৰ্ষিমণ্ডলৰ তৰাকেইটাৰ ভাৰতীয় নামবোৰ লিখা।

উত্তৰঃ মৰিচি, বশিষ্ঠ, অংগিৰা, অত্ৰি, পুলস্ত, পুলহ,আৰু ত্ৰুতু। 

i) সূৰ্য্যৰ গতিপথত থকা ৰাশিবোৰৰ নাম লিখা।

উত্তৰঃ মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ কুম্ভ, মকৰ,কুম্ভ, আৰু মীন।

j) সৌৰজগতৰ গ্ৰহবোৰৰ নাম লিখা।

উত্তৰঃ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, ইউৰেনাছ, আৰু নেপচুন।

3. চমুটোকা লিখা :

a) নক্ষত্ৰমণ্ডল

উত্তৰঃ  তাহানি কালৰ  পৰাই নিশাৰ আকাশখনে মানুহক মুগ্ধ কৰি ৰাখিছিল। আকাশত দেখা পোৱা মনোৰম থুপিতৰা বা নক্ষত্ৰমণ্ডলবোৰে তেওঁলোকক বৰকৈ আকৰ্ষণ কৰিছিল। এই নক্ষত্ৰমণ্ডলবোৰক  আঠাশীটা ভাগত ভাগ কৰিছে।  এই নক্ষত্ৰমণ্ডলবোৰক বিভিন্ন জীৱ-জন্তু, বয়-বস্তু,দেৱতা আদিৰ আকৃতি কল্পনা কৰা হয়।

b) সৌৰজগত

উত্তৰঃ সূৰ্য্য, আঠোটা গ্ৰহ, গ্ৰহাণুপুঞ্জ, আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে। আমি পৃথিৱীৰ বাসিন্দা হিচাপে সৌৰজগতৰো বাসিন্দা। এই সৌৰজগতত আঠটা গ্ৰহ আছে তাৰোপৰি সূৰ্য্য আছে। গ্ৰহকেইটা হ’ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি,শণি, ইউৰেনাছ আৰু নেপচুন। সূৰ্য্য হ’ল আমাৰ জীৱজগতৰ মবল আধাৰ। 

c) চন্দ্ৰ

উত্তৰঃ চ়ন্দ্ৰ এটা উপগ্ৰহ। চন্দ্ৰৰ নিজা পোহৰ নাই। সূৰ্য্যৰ পোহৰ চন্দ্ৰৰ গাত প্ৰতিফলিত হয়। যাৰ বাবে আমি পোহৰ পাও।  চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ 27 দিন সময় লাগে।  পূৰ্ণিমাৰ পাছৰ 15 দিনত চন্দ্ৰৰ সম্পূৰ্ণ অংশটো নাইকিয়া হবলৈ ধৰে আৰু 15 দিনৰ মূৰত চন্দ্ৰটো একেবাৰে নেদেখা হৈ যায়, ইয়াকে অমাৱশ্যা বোলে। চন্দ্ৰৰ বিভিন্ন অংশক চন্দ্ৰকলা বোলে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top