অনুশীলনী ১৫ | Chapter 15 | Class 4 Verbal and Mental Aptitude Shankardev School Question Answer Solution For Assam | Class 4 Shankardev School Question Answer Solution |

 অনুশীলনী ১৫

১। পূৰণ কৰি চকৰিত ভৰোঁৱা一

২। হৰণ কৰি চকৰিত বহুওৱা一

৩। চকৰিৰ কেন্দ্ৰত থকা সংখ্যাটো পূৰণ কৰি পূৰণ ফল খালি বাকচত লিখিবা।

৪। তলত দুখন তালিকা আছে। বাওঁহাতৰ ফালৰ তালিকাত বেলেগ বেলেগ আকাৰ দিয়া হৈছে। আকৌ সোঁহাতৰ ফালৰ আকাৰবোৰৰ মাজত কিছুমান সংখ্যা আছে। এতিয়া বাওঁহাতৰ ফালৰ বেলেগ বেলেগ আকাৰৰ লগত মিলাই সোঁহাতৰ ফালৰ আকাৰৰ মাজত থকা সংখ্যাবোৰ বাছি উলিয়াই পূৰণফল লিখা।

সংকেতঃ যেনে一 ওপৰৰ প্ৰশ্নৰ (ক) ৫ সংখ্যাটো  আকাৰৰ মাজত আছে। আকৌ পূৰণ চিহ্নৰ  পিছত থকা আকাৰ 

। এতিয়া পূৰণ ফল হ’ব ১০।

Type: Priyam Jyoti Patar

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top